মুদ্ৰাস্ফীতিৰ সন্মুখীন হোৱা সাধাৰণ নাগৰিকে আন এটা আঘাতৰ সন্মুখীন হ'ব পাৰে। ভাৰতৰ সৰ্ববৃহৎ কুকি নিৰ্মাতা ব্ৰিটানিয়া ইণ্ডাষ্ট্ৰিজ লিমিটেডে (Britannia Industries Ltd.) এই বছৰ ৭% লৈকে মূল্য বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। এইটো আন এটা লক্ষণ যে দৰিদ্ৰ গ্ৰাহকসকলে মুদ্ৰাস্ফীতিৰ চাপৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব, কিয়নো ইউক্ৰেইনৰ যুদ্ধই খাদ্য যোগান শৃংখলাৰ ওপৰত ধ্বংসযজ্ঞ চলাই আছে। "মই কেতিয়াও দুবছৰ ইমান বেয়া দেখা নাই।" বেংগালুৰুত কোম্পানীটোৰ মুখ্য কাৰ্যালয়ত এক সাক্ষাৎকাৰত কোম্পানীটোৰ পৰিচালনা সঞ্চালক বৰুণ বেৰীয়ে কয়, &quo…
শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকী কলগাঁৱত আজি এজন যুৱকৰ মৃতদেহ উদ্ধাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পথৰ কাষৰ এটা পুখুৰীত মটৰচাইকেলসহ উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ৷ মৃত যুৱকজন গেলেকীৰ ৰিতুৰাজ শইকীয়া বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে৷ গেলেকী কলগাঁৱৰ টংকেশ্বৰ শইকীয়াৰ পুত্ৰ ৰিতুৰাজ শইকীয়া বিগত কেইবাদিন ধৰি নিৰুদ্দেশ হৈ আছিল ৷ পৰিয়ালৰ লোকে ৰিতু শইকীয়া নিৰুদ্দেশ সম্পৰ্কত গেলেকী আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছিল ৷ কিন্তু ৰিতুক আৰু ঘূৰাই নাপালে পৰিয়ালৰলোকে৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে উদ্ধাৰ হোৱা মৃতদেহ মৰ…
'মষ্ট নজৰো ছে'ৰ (Mast Nazron Se) সংগীত ভিডিঅ' মুকলি কৰা হৈছে। এইটো এনেকুৱা ধৰণৰ গান যেন লাগিছে য'ত মানুহে ইনষ্টাগ্ৰাম ৰিল বনাব বিচাৰে। ভিডিঅ'টোত জুবিন নৌটিয়াল (Jubin Nautiyal) আৰু নিকিতা দত্ত (Nikita Dutta) আছে, দুয়োজনে কিছু সময়ৰ পৰা ডেটিং কৰি আছে বুলি উৰাবাতৰি ওলাইছে। তেওঁলোকে তেওঁলোকৰ বিবাহৰ আগতে গানটোত দম্পতি হিচাপে উদযাপন কৰি আছে। এই গানটো ৰোচক কোহলীয়ে ৰচনা কৰিছে। গানটোৰ কথা ৰচনা কৰিছে মনোজ মুন্তাশিৰে । 'মষ্ট নজৰো ছে' গানটোৰ ভিডিঅ' প্ৰায় ৭ ঘণ্টা আগতে ইউটিউবত শ্বেয়াৰ কৰা হৈছে, যিয়ে ২৮ লাখৰো অধিক…
ৰাজ্যসভা নিৰ্বাচনত দলক কৰিলে বিশ্বাসঘাটকতা। বিধায়ক ছিদ্দিক আহমেদক কংগ্ৰেছৰ পৰা নিলম্বন। বৃহস্পতিবাৰে সংবাদমেল যোগে এই কথা জনালে প্ৰদেশ কংগ্ৰেছে। ছিদ্দিক আহমেদক কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰাই নিলম্বন কৰা হৈছে। \ উল্লেখ্য যে, ছিদ্দিক আহমেদে ইচ্ছাকৃত ভাবে নিজৰ ভোট কেনচেল কৰাইছিল। লগতে বিধায়ক পদ খাৰিজ কৰিবলৈ CLP ক অনুৰোধ জনাইছে প্ৰদেশ কংগ্ৰেছে। ইফালে শশী কান্ত দাসৰ ভোট বাতিল কৰিব বাবে chief election commissioner লৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। ইফালে সংবাদমেলত AIUDF দলকো তীব্ৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ১৯জুলাইত আগৰৰ ব্…
ইতিমধ্যে মূল্যবৃদ্ধিৰ দ্বাৰা অসুবিধাত পৰা সাধাৰণ মানুহে সোনকালেই আন এটা ডাঙৰ শ্বক পাব পাৰে। মোডী চৰকাৰে প্ৰাকৃতিক গেছৰ মূল্য দুগুণতকৈও অধিক কৰিছে। ইয়াৰ ফলত, কেৱল এলপিজি চিলিণ্ডাৰৰ মূল্যই নহয়, চিএনজি আৰু পিএনজিৰ মূল্য সোনকালেই পুনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ই কেৱল পাকঘৰৰ বাজেট বৃদ্ধি নকৰে, ভাড়াৰ তীব্ৰ বৃদ্ধিও দেখিব পাৰে। পেট্ৰ'লে ইতিমধ্যে শতক অৰ্জন কৰিছে (প্ৰতি লিটাৰত ১০০ টকা অতিক্ৰম) আৰু এলপিজি গেছ চিলিণ্ডাৰো এহেজাৰ হৈ পৰিছে। দুগুণতকৈ অধিক বৃদ্ধি বৃহস্পতিবাৰে পেট্ৰ'লিয়াম মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে ঘৰুৱা…
'বিধায়ক হোৱাৰ ইচ্ছা হেৰুৱাইছো ৷ কিয়নো গণতন্ত্ৰত অশুভ পৰম্পৰাই গঢ় লৈছে ৷ টকাত বিধায়ক ক্ৰয় বিক্ৰয় হৈছে ৷ য'ত টকা অধিক তাতেই বিক্ৰী বিধায়ক ৷ এনে ৰাজনীতিৰ প্ৰভাৱত নিজে লাজ পাইছো ৷ কোনোৱাই লাজ পাইছেনে পোৱা নাই নাজানো কিন্তু মই লাজ পাইছো ৷'-এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। বিধানসভাৰ ভিতৰত এনেবোৰ কাণ্ড হয় বুলি হেনো কল্পনাই কৰিব পৰা নাছিল অখিল গগৈয়ে। সেয়েহে এতিয়া আৰু বিধায়ক হৈ থকাৰ ইচ্ছা নোহোৱা হৈছে অখিল গগৈৰ। লগতে মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয় যে, 'মুখ্যমন্ত্ৰীৰ ভূমিকা লাজলগা , ভয়ানক ৷ তথা দুখলগা ৷' ইপিনে পবিত্ৰ মাৰ্…
ৰাজ্যসভাৰ নিৰ্বাচন (Rajyasabha Election)ৰ ফলাফলৰ পিছতে কংগ্ৰেছ (Congress) দলক আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, "কংগ্ৰেছৰ অৱস্থা এনে হৈছে যে দলটোৰ এজেণ্ট এজন দিবলৈকো অসমত নেতা নাই। দিল্লীৰ নেতা আনি ৰাজ্যসভা নিৰ্বাচনত এজেণ্ট দিবলৈ বাধ্য হৈছে কংগ্ৰেছ দল।" উল্লেখ্য যে এজেণ্টক লৈ তীব্ৰ বিতৰ্কৰ পিছত কংগ্ৰেছে AICCৰ নেতা পৃথ্বীৰাজ পি সাথে (Prithviraj Sathe)ক কংগ্ৰেছৰ এজেণ্ট নিয়োগ কৰিছিল। মুখ্যমন্ত্ৰীয়ে কয় যে বহিঃৰাজ্যৰ এইজন এজেণ্টে অসমৰ কংগ্ৰেছী বিধায়কস…
ৰাজ্যসভা নিৰ্বাচন (Rajyasabha Election)ত পৰাস্ত হ'ল ৰিপুণ বৰা (Ripun Bora)। বিজয়ী হ'ল বিজেপিৰ পবিত্ৰ মাৰ্ঘেৰিটা আৰু UPPLৰ ৰৌণগৌড়া নাৰ্জাৰী। ৰিপুণ বৰাই লাভ কৰিলে ৩৪টা ভোট। ৰিপুণ বৰাৰ পক্ষত দিয়া ২টা ভোট বাতিল হৈছে। সংবাদমাধ্যমত ৰিপুণ বৰাই নিজে এই কথা সদৰী কৰিলে। কাউণ্টিং হলৰ পৰা ওলাই আহি নিজে সংবাদমাধ্যমত নিজৰ পৰাজ.ৰ কথা সদৰী কৰে ৰিপুণ বৰাই।
মিত্ৰজোঁটৰ দুই বিজয়ী প্ৰাৰ্থীক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মিত্ৰজোঁটৰ দুয়োজন প্ৰাৰ্থী জয়ী হোৱাৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘দুয়োজন সাংসদে ভৱিষ্যতৰ দিনত অসমৰ হকে কাম কৰি যাব। এই নিৰ্বাচন যথেষ্ট কঠিন আছিল। আমি ২ বা ৩টা ভোটত জয়ী হোৱাৰ আশা কৰিছিলো। কিন্তু AIUDF–কংগ্ৰেছৰ সংঘাতে বিপুল ভোটত জয়ী কৰিলে।’’ অনিচ্ছাসত্ত্বেও AIUDFক ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে। ড০ শৰ্মাই কয়, আমি ভোট নালাগে বুলি কোৱাৰ পিছতো যদি কোনোৱাই ভোট দিছে সেয়া তেওঁলোকৰ নিজৰ বিষয়। বিজেপিয়ে AIUDF নিঃশেষ হোৱাটো বিচাৰে। নৱনিৰ্বাচিত …
ৰাজ্যসভাৰ নিৰ্বাচনত দুয়োখন আসনতে জয়ী হ’ল বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী। দ্বিতীয়খন আসন দখল কৰাৰ সপোন পূৰণ নহ’ল বিৰোধীৰ। পৰাজয় বৰণ কৰিলে বিৰোধীৰ প্ৰাৰ্থী ৰিপুণ বৰাই। এই ফলাফলৰ পিছতে সংবাদ মাধ্যমক সম্বোধন কৰি কংগ্ৰেছক সমালোচনাৰে থকা–সৰকা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ নিৰ্বাচন টান আছিল যদিও ৰাজনৈতিক অপৰিপক্কতাৰ বাবে জয়ী হৈছে। নিৰ্বাচন গণতান্ত্ৰিক আছিল। মোডী ডাঙৰীয়াৰ অসম প্ৰেমৰ প্ৰতিদান এই বিজয়। প্ৰয়োজন হ'লে কংগ্ৰেছীয়ে সহায় কৰে, কিন্তু এইবাৰৰ সহায় অভূতপূৰ্ব।’’ অনিচ্ছাসত্ত্বেও ধন্যবাদ …
চিৰাঙৰ আমটেকাত চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷ শূন্যলৈ গুলীচালনা কৰি অস্ত্ৰধাৰী ডকাইতৰ দলে দুটাকৈ পৰিয়ালৰ পৰা নিশা লুটিলে ধন। মালিভিটাৰ ইন্দ্ৰপুৰৰ কৃষ্ণ লুইটেলৰ ঘৰৰ পৰা লুটি নিলে তিনি লাখ পঞ্চাশ হাজাৰ টকা৷ জৌমনাগুৰিৰ অবিনাশ মুছাহাৰী নামৰ আন এজন লোকৰৰ ঘৰৰ পৰা নগদ ধন আৰু সোণৰ অলংকাৰ লুটি যায়। শূন্যলৈ কেইবাজাঁই গুলীচালনা কৰি ডকাইতি কাণ্ড সংঘটিত কৰে দলটোৱে৷ ঘটনা সংঘটিত হোৱাৰ পিছতে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ এলেকাটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইফালে জিলাখনৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাই ডকাইতৰ দলৰ …
বাবৰি মছজিদ ধ্বংসৰ পিছত দেশত গঠন হৈছিল পি ভি নৰসিংহ ৰাওৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ। ১৯৯১ চনত শাসনৰ বাঘজৰী হাতত লোৱা কংগ্ৰেছ চৰকাৰে ১৯৯২ চনত গৃহীত কৰিছিল ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ আইন ১৯৯২ । এই আইনে সংখ্যালঘুৰ সৰ্বব্যাপী সংজ্ঞা নিৰূপণ নকৰিলে । কিন্তু এই আইনে প্ৰদান কৰা ক্ষমতাৰ যোগেদি কেন্দ্ৰই মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু পাৰ্চী সম্প্ৰদায়ৰ লোকক ৰাষ্ট্ৰীয় সংখ্যলঘুৰ মৰ্যাদা প্ৰদান কৰিছিল । অৰ্থাৎ কোনো ৰাজ্যত এই সম্প্ৰদায়ৰ লোকসকল সংখ্যাৰ দিশৰ পৰা সৰ্ববৃহৎ সম্প্ৰদায় হ'লেও সংখ্যালঘুৰ মৰ্যাদা লাভ কৰিব । উদাহৰণস্বৰূপে মেঘালয়ত খ্ৰীষ্টান সং…
৩১ মাৰ্চ, ২০২২ অৰ্থাৎ আধাৰ কাৰ্ডৰ (Aadhar Card) সৈতে পেন (Pan Card) সংযোগ কৰাৰ অন্তিম তাৰিখ। যদি আপুনি ৩১ মাৰ্চৰ ভিতৰত আপোনাৰ পেন কাৰ্ড আধাৰৰ সৈতে লিংক নকৰে, তেন্তে আপুনি অধিক জৰিমনা পৰিশোধ কৰিব লাগিব পাৰে। একে সময়তে, যদি আপুনি এই কামটো আৰু তিনি মাহ পলম কৰে, তেন্তে এই জৰিমনা দুগুণ হ'ব পাৰে। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে ২৯ মাৰ্চত এক জাননী জাৰি কৰি কৈছিল যে সময়সীমা উকলি যোৱাৰ তিনি মাহৰ ভিতৰত পেন আৰু আধাৰ কাৰ্ড সংযোগ কৰাৰ বাবে ৫০০ টকা মাচুল লোৱা হ'ব। অৰ্থাৎ ১ এপ্ৰিলৰ পৰা ৩০ জুন, ২০২২ লৈ জৰিমনা হ'ব ৫০০ টকা। যদি আপুনি এই সম…
সমগ্ৰ ৰাজ্যত এতিয়া ৰাজ্যসভা নিৰ্বাচন (Rajyasabha Election)ৰ চৰ্চা। কংগ্ৰেছ-বিজেপি-AIUDFৰ চৌদিশে ঘূৰিছে ৰাজ্যসভা নিৰ্বাচনৰ চক্ৰ। এখন আসনত শাসকীয় বিজেপি (BJP)ৰ বিজয় নিশ্চিত যদিও দ্বিতীয়খন আসনতো বিজয় সাব্যস্ত কৰিব বুলি দাবী কৰি আহিছে বিজেপিয়ে। কংগ্ৰেছ-AIUDFৰ মাজত অবিশ্বাসৰ এক বাতাবৰণ শেষমুহূৰ্তলৈ বিৰাজ কৰি আছে। চাও আহক ৰাজ্যসভা নিৰ্বাচনৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ। ১. ৰাজ্যসভাত খালী হোৱা অসমৰ ২খন আসনৰ বাবে হ'ব নিৰ্বাচন। পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ হ'ব আৰু তাৰ পিছতে ভোটগণনা কৰা হ'ব। ২. বিজেপিয়ে এখন আসনত পবিত্ৰ মাৰ্ঘেৰিটা…
KKR Vs RCB: IPLৰ হাই ভল্টেজ খেলত অন্তিম অভাৰত পৰাস্ত কলকাতা নাইট ৰাইডাৰ্ছ। প্ৰথমে বেট ধৰি কলকাতাই মাত্ৰ ১২৮ ৰান সংগ্ৰহ কৰে। স্পীনাৰ হাছাৰাংগাই ৪টা উইকেট দখল কৰে আৰু আকাশদ্বীপে ৩টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ১২৯ ৰানৰ লক্ষ্য লৈ বিপদত পৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। ৰাডাৰফৰ্ড আৰু ছাহবাজ আহমেদে দৃঢ়তাৰে খেলি দলক বিজয়ৰ দিশে লৈ যায়। শেষৰফালে দীনেশ কাৰ্তিকে অন্তিম অভাৰত ছিক্সাৰ কোবাই দলক বিজয়লক্ষ্যত উপনীত কৰোৱায়। কলকাতাৰ ছাউথিয়ে ৩টা আৰু উমেশ যাদৱে ২টা উইকেট দখল কৰে।
১ এপ্ৰিলৰ পৰা বাঢ়িব টোলগেট (Tollgate)ৰ মাছুল । বৰ্ধিত হাৰত টোল কৰ (Toll Tax) দিব লাগিব জনসাধাৰণে। ১০০ টকাত ১৫ টকাকৈ বাঢ়িছে টোল গেটৰ মাছুল। দেশজুৰি ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া হৈছে। কিন্তু আপুনি জানেনে টোলগেটৰ নিয়ম (Tollgate Rules) সমূহ? আপুনি জানেনে কেতিয়া আপোনাৰ পৰা টোল ল'ব নোৱাৰে টোলগেটত? ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণ (NHAI)ৰ নিয়ম অনুসৰি টোলগেটত ছাৰ্ভিচ টাইম (Service Time), মানে এখন গাড়ীৰ টোল লোৱাৰ সময় ১০ ছেকেণ্ডৰ অধিক হ'ব নোৱাৰিব। পীক সময়তো ১০ ছেকেণ্ডতকৈ অধিক সময় ল'ব নোৱাৰিব এখন টোলগেটত। টোলগেটত এবাৰ অহা-যোৱাৰ কৰ দিয়াৰ ভেল…
১৯৯৭চন। অসমৰ চৌদিশে আলফাৰ শক্তিশালী স্থিতি। নগাঁও জিলাতো আলফাৰ স্থিতি যথেষ্ট মজবুত আছিল সেই সময়ত। তেনে সময়তে আলফাৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ নগাঁও চহৰৰ সমীপৱৰ্তী পলাশনিত আলফাৰ এম্বুশ্বত পৰিছিল তেতিয়াৰ নগাঁৱৰ আৰক্ষী অধীক্ষক তথা আইপিএছ বিষয়া প্ৰদীপ কুমাৰ। পথৰ দুয়োকাষৰ পৰা আলফাৰ গেৰিলাই একে ৪৭ৰে ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল আৰক্ষী অধীক্ষক গৰাকীৰ বাহনলৈ। আঘাতপ্ৰাপ্ত হৈছিল আৰক্ষী অধীক্ষক গৰাকী। ভৰিত গুলী লাগিছিল আৰক্ষী অধীক্ষকগৰাকীৰ গাড়ীচালকগৰাকীৰো। কিন্তু গুলীবিদ্ধ অৱস্থাৰেই সেই স্থানৰ পৰা নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ গাড়ী চলাই …
এপ্ৰিলৰ আৰম্ভনিতে বেংকৰ গ্ৰাহকসকলৰ বাবে আহিব নতুন নিয়ম। যদি আপোনাৰ বেংকত একাউণ্ট আছে, তেনেহ'লে এপ্ৰিল মাহত ২টা নতুন নিয়ম মানিবলৈ সাজু হওক আপুনিও। এপ্ৰিলৰ আৰম্ভণিতে পঞ্জাব নেচনেল বেংক আৰু এক্সিছ বেংকৰ নিয়মসলনি হ'ব। এক্সিছ বেংক বেংকত দৰমহা আৰু সঞ্চয় একাউণ্ট থকা গ্ৰাহকসকলৰ বাবে নগদ লেনদেন আৰু গড় নিম্নতম বেলেন্সৰ নিয়ম সলনি হ'ব। বেংকে সঞ্চয় একাউণ্টৰ গড় মাহিলী বেলেন্স সীমা ১০ হাজাৰ টকাৰ পৰা ১২ হাজাৰ টকালৈ বৃদ্ধি কৰিছে। ইয়াৰ উপৰি, বেংকে বিনামূলীয়া নগদ লেনদেনৰ নিয়মো সলনি কৰিছে। বৰ্তমানৰ বিনামূলীয়া লেনদেন হৈছে মাহটোত ৪ ব…
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সমগ্র দেশতে ৩২তম শক্তিশালী ব্যক্তি। জনপ্ৰিয় ইংৰাজী দৈনিক ইণ্ডিয়ান এক্সপ্ৰেছৰ আজিৰ সংস্কৰণত প্ৰকাশ পোৱা The Most Powerful Indians in 2022ৰ তালিকাত ৩২তম স্থান আঁজুৰি আনিবলৈ সক্ষম হৈছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। ইংৰাজী দৈনিকখনে প্ৰতি বছৰে ১০০জন সবাতোকৈ শক্তিশালী ভাৰতীয় এনেধৰণে এখন তালিকা প্ৰস্তুত কৰে। ২০২১ চনৰ তালিকাত শর্মাৰ স্থান আছিল ৬০সংখ্যক। অসম তথা উত্তৰ-পূbত বিজেপিৰ ধাৰাবাহিক জয় যাত্ৰা অক্ষুণ্ণ ৰখাৰ আঁৰৰ ব্যক্তিজনেই হিমন্ত বিশ্ব শৰ্মা বুলি উল্লেখ কৰি বাতৰি কাকতখনে শর্মাৰ এই স্থানৰ যুক্তিযুক্ততা …
আজি ৰাজ্যসভাৰ নিৰ্বাচন। অসমৰ দুখন আসনৰ বাবে পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। বিয়লি ৪ বজালৈ চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৫ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা। ৰাজ্যসভাৰ নিৰ্বাচনত মিত্ৰজোঁটৰ BJPৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাৰ জয় নিশ্চিত। দ্বিতীয়খন আসনত বিজেপি মিত্ৰজোঁটৰ UPPLৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰী আৰু বিৰোধী পক্ষৰ প্ৰাৰ্থী ৰিপুণ বৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। পুৱা ৯ বজাৰ পৰা বিধানসভাৰ চেন্ট্ৰেল হলত হ’ব ভোটগ্ৰহণ। সন্ধিয়া ৬ বজাত ফলাফল ঘোষণা কৰা হ’ব। বিজেপিয়ে এখন আসনত পবিত্ৰ মাৰ্ঘেৰিটাক আৰু দ্বিতীয়খন আসনত মিত্ৰদল UPPLৰ ৰৌণগৌৰা নাৰ্জাৰীক প্ৰাৰ্থ…
বৰুণ ধাৱান (VARUN DHAWAN) আৰু জাহ্নৱী কাপুৰক (JANHVI KAPOOR) প্ৰথমবাৰৰ বাবে পৰ্দাত একেলগে দেখা যাব। নিৰ্মাতা চাজিদ নাদিয়াদৱালা (SAJID NADIADWALA) আৰু পৰিচালক নিতেশ তিৱাৰী (NITESH TIWARI) একেলগে আহি 'ছিচোৰে'ৰ দৰে এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। এতিয়া দুয়োজনে বৰুণ আৰু জাহ্নৱীৰ যুটিৰ সৈতে 'বাৱাল' (BAWAAL) কৰিবলৈ গৈ আছে। চলচ্চিত্ৰখন অহা বছৰ অৰ্থাৎ ৭ এপ্ৰিল, ২০২৩ তাৰিখে ছবিগৃহত মুক্তি পাব। অৱশ্যে, এই প্ৰকল্পটোৰ বিষয়ে বেছি তথ্য প্ৰকাশ কৰা হোৱা নাই। কিন্তু এইটো স্পষ্ট যে জাহ্নৱী আৰু বৰুণৰ অনুৰাগীসকলে তেওঁলোকৰ যুটিত বহুত সুখী…
অসমৰ ৰাজ্যসভা নিৰ্বাচনে প্ৰকট কৰিব বিশ্বাসঘাতক বিধায়কৰ পৰিচয়। বৃহস্পতিবাৰে অসমত ৰাজ্য সভাৰ দুখন আসনত অনুষ্ঠিত হ'ব নিৰ্বাচন। এই নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ফলাফল প্ৰায় স্পষ্ট হৈছে যদিও সকলোৱে বাট চাইছে বিশ্বাসঘাতকতাৰ নতুন নামকেইটালৈ। অসমৰ ৰাজ্যসভা নিৰ্বাচন আৰু বিশ্বাসঘাতকতা– এয়া যেন নতুন ঘটনা নহয় অসমৰ ৰাজনীতিত। অসমত যেতিয়াই ৰাজ্যসভাৰ নিৰ্বাচন হয়, তেতিয়াই সন্মুখলৈ আহে বিশ্বাসঘাতকতাৰ নতুন নতুন পৰিচয়। পূৰ্বতে যি সকলে ৰাজ্যসভা নিৰ্বাচনত শাসক পক্ষৰ ফান্ডত ভৰি দি নিজ দলক বিশ্বাসঘাতকতা কৰিছিল, তেওঁলোকে তাৰ পিছৰ পৰা আৰু বিধায়ক হ'ব পৰা নাই। …
মৰিয়নিৰ নকছাৰীত সংঘটিত হৈছে এটা নৃশংস হত্যাকাণ্ড। দেৱেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত নাগিনীজান চাহ বাগিচাৰ বিলবস্তিত সংঘটিত হৈছে এই ঘটনা। বাগিচাখনৰ লক্ষীৰাম কৰ্মকাৰ নামৰ ব্যক্তিজনে যোৱানিশা পত্নী চম্বাৰী কৰ্মকাৰক অকথ্য শাৰীৰিক নিৰ্যাতন চলাই হত্যা কৰে। মহিলাগৰাকীৰ দেহত দাৰে আঘাট কৰা লগতে গুপ্তাংগত জোঙা বাঁহেৰে আক্ৰমণৰ দৰে নৃশংসতাৰে হত্যা কৰে স্বামী লক্ষীৰাম কৰ্মকাৰে। আনহাতে হত্যাকাৰী স্বামীয়ে নিশায়ে পত্নীক হত্যা কৰি পুৱা মৃতদেহটো পুতিবৰ বাবে যো–জা কৰোঁতে লক্ষীৰামৰ আচৰণ আৰু মৃতদেহটোৰ শৰীৰত গুৰুতৰ আঘাতৰ চিন থকাত চুবুৰীয়া লোকসকলে দেৱেৰাপাৰ আৰ…
শচীন তেণ্ডুলকাৰৰ সুন্দৰী কন্যা ছাৰা তেণ্ডুলকাৰকলৈ চৰ্চাৰ কোনো অন্ত নাই৷ ছচিয়েল মিডিয়াত ছাৰাৰ পোষ্ট লগে লগে ভাইৰেল হৈ পৰে৷ শচীন তেণ্ডুলকাৰৰ সুন্দৰী কন্যা ছাৰা তেণ্ডুলকাৰকলৈ চৰ্চাৰ কোনো অন্ত নাই৷ ছচিয়েল মিডিয়াত ছাৰাৰ পোষ্ট লগে লগে ভাইৰেল হৈ পৰে৷ ছাৰা তেণ্ডুলকাৰে অলপতে লং ড্ৰাইভত যোৱাকলৈ ছচিয়েল মিডিয়াত ব্যাপক আলোচনা চলিছিল। শচীন তেণ্ডুলকাৰৰ জীয়ৰী ছাৰা তেণ্ডুলকাৰে তেওঁৰ ইনষ্টাগ্ৰাম ষ্টোৰীত বিশেষ ভিডিঅ' শ্বেয়াৰ কৰিছিল য'ত তেওঁক ড্ৰাইভ কৰিবলৈ যোৱা দেখা গৈছিল৷ তেওঁৰ সৈতে কোন আছে সেয়া ভিডিঅ'টোৰ পৰা জনা নাযায়৷ ছাৰা তেণ্ডুলকাৰ…
চিৰাঙৰ আমটেকাত চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷ শূন্যলৈ গুলীচালনা কৰি অস্ত্ৰধাৰী ডকাইতৰ দলে দুটাকৈ পৰিয়ালৰ পৰা নিশা লুটিলে ধন। মালিভিটাৰ ইন্দ্ৰপুৰৰ কৃষ্ণ লুইটেলৰ ঘৰৰ পৰা লুটি নিলে তিনি লাখ পঞ্চাশ হাজাৰ টকা৷ জৌমনাগুৰিৰ অবিনাশ মুছাহাৰী নামৰ আন এজন লোকৰৰ ঘৰৰ পৰা নগদ ধন আৰু সোণৰ অলংকাৰ লুটি যায়। শূন্যলৈ কেইবাজাঁই গুলীচালনা কৰি ডকাইতি কাণ্ড সংঘটিত কৰে দলটোৱে৷ ঘটনা সংঘটিত হোৱাৰ পিছতে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ এলেকাটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইফালে জিলাখনৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাই ডকাইতৰ দলৰ …
বাবৰি মছজিদ ধ্বংসৰ পিছত দেশত গঠন হৈছিল পি ভি নৰসিংহ ৰাওৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ। ১৯৯১ চনত শাসনৰ বাঘজৰী হাতত লোৱা কংগ্ৰেছ চৰকাৰে ১৯৯২ চনত গৃহীত কৰিছিল ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ আইন ১৯৯২ । এই আইনে সংখ্যালঘুৰ সৰ্বব্যাপী সংজ্ঞা নিৰূপণ নকৰিলে । কিন্তু এই আইনে প্ৰদান কৰা ক্ষমতাৰ যোগেদি কেন্দ্ৰই মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু পাৰ্চী সম্প্ৰদায়ৰ লোকক ৰাষ্ট্ৰীয় সংখ্যলঘুৰ মৰ্যাদা প্ৰদান কৰিছিল । অৰ্থাৎ কোনো ৰাজ্যত এই সম্প্ৰদায়ৰ লোকসকল সংখ্যাৰ দিশৰ পৰা সৰ্ববৃহৎ সম্প্ৰদায় হ'লেও সংখ্যালঘুৰ মৰ্যাদা লাভ কৰিব । উদাহৰণস্বৰূপে মেঘালয়ত খ্ৰীষ্টান সং…
টোল গেটৰ মাচুল বৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। মন্ত্ৰীগৰাকীয়ে কয়, ‘‘টোল গেটৰ মাছুল বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ বিষয়বস্তু। ৰাজ্য চৰকাৰৰ হাত নাই।’’ যান–বাহনৰ সামান্য অজুহাতত জৰিমনা বিহা হোৱা নাই বুলিও মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে। কামৰূপ মহানগৰ জিলাই পৰিবহণ বিভাগৰ টাৰ্গেট সম্পূৰ্ণ কৰিব পৰা নাই বুলি মন্তব্য পাটোৱাৰীৰ। উল্লেখযোগ্য যে ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব টোল টেক্স। বৰ্ধিত হাৰত টোল গেটত মাছুল দিব লাগিব ৰাইজে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ১৫ শতাংশ বৃদ্ধি কৰিছে টোলৰ নিৰিখ। সোণাপুৰ, ৰহা, মদনপুৰ টোল গে’টৰ …
Bajaj CT 100- বর্তমান ৪৭,৬৫৪ টকা দাম (এক্স-শ্ব'ৰুম, নতুন দিল্লী)। এইখন ভাৰতীয় বজাৰত বিক্ৰী হোৱা আটাইতকৈ সস্তা বাইক। লুকৰ দৰে, ই ইমান ভাল মাইলেজ। প্ৰৱেশ-স্তৰৰ মটৰচাইকেল হিচাপে উৎকৃষ্ট। HF Deluxe- হিৰোৰ মটৰচাইকেল হৈছে দেশৰ সৰ্বাধিক বিক্ৰী হোৱা মডেল। ২০২০ চনৰ ডিচেম্বৰ লৈকে ভাৰতীয় বজাৰত দ্বিতীয় সৰ্বাধিক বিক্ৰী হোৱা দুচকীয়া বাহন আছিল। এইচএফ ডিলাক্সত এটা ৯৭.২ চিচি ইঞ্জিন আছে। সৰ্বাধিক ৮.০৫এনমি টৰ্ক আৰু ৮এইচপি শক্তি উৎপন্ন কৰিব পাৰে। ৫১,২০০ টকা (এক্স-শ্ব'ৰুম) মূল্য। CT 110- যিসকল ক্ৰেতাই কিছুমান প্ৰিমিয়াম সুবিধাৰ বাবে অলপ বেছিকৈ …
‘‘মই অসমৰ মুখ্যমন্ত্ৰী, মোক আপুনি এনেকৈ জেৰা কৰিব নোৱাৰে৷ অধ্যক্ষ মহোদয়, আগলৈ যাতে মোক এনেকৈ জেৰা নকৰে৷’’ – আজি বিধানসভাত অখিল গগৈক লৈ এইদৰে ক্ষুব্ধ হৈ পৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সদনত অসম–মেঘালয়ৰ সীমা বিবাদ সন্দৰ্ভত বিবৃতি দি থকাৰ সময়তে অখিল গগৈয়ে মাজতে ‘মুখ্যমন্ত্ৰীক আছুয়ে সমৰ্থন কৰিছে নেকি’ বুলি প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে ক'লে এনেদৰে৷ আজি বিধানসভাত অসম–মেঘালয়ৰ সীমা বিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘বহু চেষ্টাৰে অসম আৰু মেঘালয়ৰ দীৰ্ঘদিনৰ সীমা বিবাদ মীমাংসা কৰা হৈছে৷ ১২টাৰ ভিতৰত ছয়টাক লৈ সিদ্ধান…
দিল্লী (Delhi)ৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া (Manish Sisodia)ই BJPৰ বিৰুদ্ধে কৰিছে বিস্ফোৰক অভিযোগ। বিজেপিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টী (AAP)ৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল (Arvind Kejriwal)ক হত্যা কৰিব বিচাৰে বুলি অভিযোগ কৰে মনীষ চিছোডিয়াই। তেওঁ কয় যে বুধবাৰে আৰক্ষীৰ উপস্থিতিত আৰু আৰক্ষীৰ সৈতে বিজেপি (BJP)ৰ গুণ্ডাসকলক মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰলৈ প্ৰেৰণ কৰা হয়। কেজৰিৱালৰ ঘৰৰ চিচিটিভি কেমেৰা ভাঙি পেলোৱা হৈছিল। লগতে বাঁহৰ বেৰিকেডবোৰ ভাঙি পেলোৱা হৈছিল। মনীষ চিছোডিয়াই কয়, "উদ্বেগজনক কথাটো হ'ল যে আৰক্ষীৰ উপস্…
অখিল গগৈয়ে কয়, ‘‘কংগ্ৰেছ–AIUDFক নহয়, সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰিবলৈ ভোট দিম ৰিপুণ বৰাক।’’ ‘অখিল গগৈক কিনিবলৈ কাৰো দম নাই। অখিল গগৈ হয়, বিক্ৰী যোৱা মানুহ অখিল গগৈ নহয়।’’ – বুকুত ঢকিয়াই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে কয়, ‘‘কংগ্ৰেছ–AIUDFক নহয়, সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰিবলৈ ভোট দিম ৰিপুণ বৰাক।’’ শিৱসাগৰৰ বিধায়কগৰাকীয়ে কয়, আমি সকলোৱে বিৰোধীৰ এজন ৰাজ্যসভালৈ পঠিয়াব লাগে। কংগ্ৰেছৰ সভাত মই উপস্থিত থাকিম। বিৰোধী একলগ নহ’লে বিজেপিয়ে সুবিধা আদায় কৰিব। আমি বিৰোধী একলগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো।
শ্বাহৰুখ খান সম্প্ৰতি চৰ্চাত আছে। এছ আৰ কে প্লাছৰ লগতে পাঠানৰ টিজাৰৰ বাবে চৰ্চাত থকা শ্বাহৰুখ খান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে তেওঁ নিজৰ এখন ফটো শ্বেয়াৰ কৰি, য'ত তেওঁক ছিক্স-পেক এবছৰ সৈতে দেখা গৈছিল। এই ফটোখনে ভাল পৰিমাণৰ লাইকৰ লগতে অনুৰাগীসকলৰ পৰা বহুতো মন্তব্য আহিছিল। এতিয়া মালাইকা অৰোৰায়ো (Malaika Arora) ছিক্স-পেক এবছ দেখি তেওঁৰ ইনষ্টা ষ্টোৰীত এই ফটোখন শ্বেয়াৰ কৰি মন্তব্য কৰাৰ লোভ সামৰিব নোৱাৰিলে। মালাইকা অৰোৰাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্টোৰীত ফটোখন শ্বেয়াৰ কৰি লিখিছিল- "উফ, চিৰন্তন অনুৰাগী ছোৱালী...(Uffff eternal fan gu…
দেশৰ আগশাৰীৰ শ্বাটলাৰ পি ভি সিন্ধু (PV Sindhu)ৱে দেওবাৰে ছুইছ অপেন ছুপাৰ (Swiss Open Super 300, 2022) বেডমিণ্টন টুৰ্ণামেণ্টৰ খিতাপ জয় কৰিলে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ফাইনেলত থাইলেণ্ড (Thailand)ৰ বুচানান অংবামৰুংফান (Busanan Ongbamrungphan)ৰ বিৰুদ্ধে পোনপটীয়া খেলত জয়লাভ কৰি ছিজনৰ দ্বিতীয়টো মহিলা একক খিতাপ অৰ্জন কৰিছে। দুবাৰ অলিম্পিক পদক বিজয়ী (Olympic medallist) সিন্ধুৱে প্ৰতিযোগিতাখনত ক্ৰমাগত দ্বিতীয়খন ফাইনেল খেলিছে। বাছেলৰ ছেইণ্ট জেকবচালেত চতুৰ্থ স্থানৰ থাইলেণ্ডৰ বুচানানক ২১-১৬, ২১-৮ ব্যৱধানত পৰাস্ত কৰে। এই খিতাপ জয় কৰিবলৈ ৪৯ ম…
মুম্বাই ইণ্ডিয়ানছে আই পি এল ২০২২ ৰ প্ৰথমখন খেলত দিল্লী কেপিটেলছৰ হাতত পৰাজিত হৈছে। প্ৰতিপক্ষক জয়ৰ বাবে ডাঙৰ লক্ষ্য বান্ধি দিয়াৰ পিছতো মুম্বাই এই খেলখনত এক ৰোমাঞ্চকৰ ধৰণে পৰাজিত হয়। এই পৰাজয়ৰ সৈতে, দলটোৱে আন এক আঘাতৰ সন্মুখীন হৈছে। দলৰ অধিনায়ক ৰোহিত শৰ্মাক লেহেমীয়া গতিৰ বাবে ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে। দেওবাৰে খেলা আই পি এলৰ খেলখনত মুম্বাইৰ অধিনায়ক ৰোহিত শৰ্মাক তেওঁৰ লেহেমীয়া গতিৰ অভাৰৰ বাবে ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে। "মুম্বাইৰ ব্ৰেবোৰ্ণ ষ্টেডিয়ামত ২৭ মাৰ্চত দিল্লী কেপিটেলছৰ বিৰুদ্ধে টাটা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি …
৯৪সংখ্যক একাডেমী পুৰস্কাৰত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিলে ছেইন হেডাৰ পৰিচালিত ‘কোডা’ই। দ্য বেটাৰ ফেমিলীৰ পৰা নিৰ্মিত এই ছবিখন মুক্তি পাইছিল এপল টিভি প্লাছত। ছবিখনত অভিনয় কৰিছে মাৰলিন মাৰ্টলিন, ট্ৰয় কোটছাৰে। ২০১৪ চনত এখন ফৰাচী ছবি নিৰ্মাণ হৈছিল, যাৰ নাম আছিল ‘লা ফেমিলিয়াৰ বিলিফ’। সেই ছবিখনৰ ওপৰত নিৰ্ভৰ কৰিয়ে নতুন ছবিখন নিৰ্মাণ হৈছে। ৰুবি ৰোছি নামৰ এগৰাকী কন্যাৰ জীৱন আৰু পৰিয়ালক লৈ নিৰ্মিত ছবিখনত দেখা গৈছে এক বধিৰ পৰিয়ালৰ একমাত্ৰ শ্ৰমণক্ষমতা সম্পন্ন কন্যাই কিদৰে পৰিয়ালৰ ব্যৱসায় আৰু ব্যক্তিগত জীৱনৰ মাজত এখ সংযোগ তৈয়াৰৰ চেষ্টা কৰে। এইবাৰৰ …
মাল্টি কমোডিটি এক্সচেঞ্জে ((MCX) ত পুৱা ৯.১০ বজাত, সোণৰ দাম (Gold price Today) প্ৰতি ১০ গ্ৰামত ১৯৮ টকা হ্ৰাস হৈ ৫১,৩৭৩ টকা হয়। এই মূল্যটো ২৪ কেৰেট বিশুদ্ধতাৰ সোণৰ। বিশ্ববজাৰৰ হেঁচাত মঙলবাৰে সোণ আৰু ৰূপৰ মূল্য হ্ৰাস পায়, আৰু ৰূপৰ মূল্য আকৌ এবাৰ ৬৮,০০০ৰ তললৈ হ্ৰাস পায়। মাল্টি কমোডিটি এক্সচেঞ্জে ((MCX) ত পুৱা ৯.১০ বজাত, সোণৰ দাম (Gold price Today) প্ৰতি ১০ গ্ৰামত ১৯৮ টকা হ্ৰাস হৈ ৫১,৩৭৩ টকা হয়। এই মূল্যটো ২৪ কেৰেট বিশুদ্ধতাৰ সোণৰ। এমচিএক্সত ৰূপৰ মূল্যও প্ৰাৰম্ভিক বাণিজ্যৰ পৰা হ্ৰাস হ'বলৈ আৰম্ভ কৰিছে। ৰাতিপুৱা এক্সচেঞ্জত ৰূপৰ মূল্…
গৰমত ৰাস্তাত ওলাই যোৱাৰ আগতে আপুনি কেঁচা পিয়াজ খাব । ই আপোনাক তাপপ্ৰবাহৰ পৰা সুৰক্ষিত কৰিব পাৰে। বেছিভাগ ৰন্ধনত অতি প্ৰয়োজনীয় উপাদান হৈছে পিঁয়াজ। বজাৰত বগা-ৰঙা-গুলপীয়া ৰঙৰ পিয়াজ দেখা যায়। আৰু এই পিঁয়াজ ব্যৱহাৰ কৰি, বিভিন্ন ব্যঞ্জন প্ৰস্তুত কৰা হয়। এই পিঁয়াজ বহুতো গুণেৰে সমৃদ্ধ। যিকোনো ৰন্ধন প্ৰণালীৰ সোৱাদ বঢ়াবলৈ কেৱল পিঁয়াজ যথেষ্ট। যদি কোনোবাই চাহৰ প্ৰতি আসক্ত হয়, তেওঁ দিনত এবাৰ কৈ পিয়াজৰ বাকলি মিহলি কৰিব পাৰে আৰু চাহ খাব পাৰে। পিঁয়াজৰ বাকলিত ভিটামিন 'এ' সহ আন কেইবাটাও পুষ্টি থাকে যি দৃষ্টিশক্তি বৃদ্ধি কৰাত যথেষ্ট…
মহিলাৰ নিৰ্যাতনৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে মহিলা দিৱসত ItsNotOk অভিযান আৰম্ভ কৰাৰ পিছত, Network18 আৰু Truecallerএ এতিয়া ২৯ মাৰ্চত নতুন দিল্লীত ‘The Call It Out Conclave’ অনুষ্ঠান আয়োজন কৰাৰ কথা আছে। অনুষ্ঠানটো অবেৰয় হোটেলত অনুষ্ঠিত হ'ব আৰু আজিৰ ডিজিটেল পৃথিৱীত অনলাইন সুৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰিব। একে সময়তে, মহিলাসকলৰ বাবে অনলাইন স্থান সুৰক্ষিত কৰাৰ দিশত লোৱা পদক্ষেপবোৰ মনত ৰাখি, এক সুৰক্ষিত পৰিৱেশ সৃষ্টি কৰাৰ ওপৰতো আলোচনা হ'ব য'ত মহিলাসকলে তেওঁলোকক কৰা নিৰ্যাতনৰ বিষয়ে অভিযোগ কৰিব পাৰে। চাইবাৰ…
কেন্দ্ৰীয় চৰকাৰে (Central Govt) শীঘ্ৰেই ডি.এ. বকেয়াৰ (DA Arrear) ১৮ মাহৰ বকেয়াৰ ওপৰত এক ডাঙৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। নতুন বিত্তীয় বৰ্ষ সোনকালেই আৰম্ভ হোৱাৰ পথত। এনে পৰিস্থিতিত, কেন্দ্ৰীয় কৰ্মচাৰীসকলে ৩১ মাৰ্চৰ আগতে ডি.এ. বকেয়া লাভ কৰিব পাৰে। দৰাচলতে, কৰোনা সংকটৰ বাবে, চৰকাৰে জানুৱাৰী ২০২০ ৰ পৰা জুন ২০২১ লৈ বকেয়া পৰিশোধ বন্ধ কৰি দিছিল। কিন্তু এতিয়া আশা কৰা হৈছে যে কেন্দ্ৰীয় কৰ্মচাৰীসকলে নতুন বিত্তীয় বৰ্ষৰ আগতে বকেয়া ডিএ বকেয়া লাভ কৰিব পাৰে। প্ৰতিবেদন অনুসৰি, চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক একমুঠ ডেৰ লাখ টকা দিয়াৰ পৰিকল্পন…
আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছিল গুৱাহাটীৰ গাড়ীগাঁৱত সংঘটিত দলবদ্ধ বলাৎকাৰৰ মূল অভিযুক্ত বিকী আলী। গাড়ীগাঁও ধৰ্ষণ কাণ্ডৰ মাষ্টাৰমাইণ্ড বিকি আলীৰ এনকাউণ্টাৰৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ। কামৰূপ মেট্ৰ'ৰ অতিৰিক্ত জিলা দণ্ডাধীশ বিপুল কুমাৰ দাসক দিয়া হৈছে তদন্তৰ দায়িত্ব।১৫ দিনৰ ভিতৰত তদন্ত শেষ কৰি প্ৰতিবেদন অসম মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত দাখিল কৰিব লাগিব। উল্লেখযোগ্য যে আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছিল গুৱাহাটীৰ গাড়ীগাঁৱত সংঘটিত দলবদ্ধ বলাৎকাৰৰ মূল অভিযুক্ত বিকী আলী।
২৫ৰ পৰা ২৮ মাৰ্চলৈ চলিছিল কাজিৰঙাৰ গঁড় গণনাৰ প্ৰক্ৰিয়া। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে গঁড়ৰ সংখ্যা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৪সংখ্যক গঁড় পিয়ল ২০২২ৰ ফলাফল ঘোষণা কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ গঁড়ৰ সংখ্যা বৰ্তমান ২৬১৩টা। পূৰ্বে ২০১৮ চনত এই সংখ্যা আছিল ২৪১৩টা। ২০০টা বৃদ্ধি পালে গঁড়ৰ সংখ্যা। ২৫ৰ পৰা ২৮ মাৰ্চলৈ চলিছিল কাজিৰঙাৰ গঁড় গণনাৰ প্ৰক্ৰিয়া।
পেট্ৰ’ল–ডিজেল, ৰন্ধন গেছ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পিছত এইবাৰ দাম বাঢ়িব ঔষধৰ। কোৰোণাৰ পিছৰে পৰা ঔষধৰ দাম বৃদ্ধিৰ দাবী কৰি আহিছিল ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহে। এইবাৰ সেই দাবী মানি একাংশ ঔষধৰ দাম ১০.৭ শতাংশ বৃদ্ধিৰ অনুমতি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। উল্লেখযোগ্য যে একাংশ ঔষধৰ দাম নিয়ন্ত্ৰণ কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ অনুমতি অবিহনে সেই ঔষধসমূহৰ দাম বৃদ্ধি কৰা নহয়। এই ঔষধসমূহৰ দাম বৃদ্ধিৰ অনুমতি দিয়া হৈছে। যাৰ ফলত এপ্ৰিলৰ পৰাই খৰচ বাঢ়িব সাধাৰণ মানুহৰ। সাধাৰণ মানুহৰ ঘৰত সাধাৰণতে ঔষধৰ ষ্টকত পেৰাচিটামল, পেইনকিলাৰৰ দৰে প্ৰয়োজনী…
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ ৩৪ দিন। আক্ৰমণত ইউক্ৰেইনৰ বহুতো চহৰ বিধ্বস্ত হৈছে। লাখ লাখ লোক শৰণাৰ্থী হৈ পৰিছে। এই যুদ্ধত ৰাছিয়াও যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। আনহাতে, যুদ্ধৰ সমাপ্তিৰ বাবে কূটনৈতিক প্ৰচেষ্টাও চলি আছে। ইয়াৰ বাবে ৰাছিয়াৰ কোটিপতি আৰু চেলচি ফুটবল ক্লাবৰ গৰাকী ৰোমান আব্ৰামোভিচে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ এখন পত্ৰ লৈ ভ্লাদিমিৰ পুটিনৰ কাষ চাপিছিল। এই পত্ৰখনত, জেলেনস্কিয়ে যুদ্ধ বন্ধ কৰিব পৰা পৰিস্থিতিবোৰ বৰ্ণনা কৰিছিল। পুটিনে এইদৰে কৈছিল: "মই ইউক্ৰেইনক শেষ কৰি দিম।" ইয়াৰ উপৰিও, যুদ্ধবিৰতিৰ বাবে দুয়ো…
কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ ইউনাইটেড ফ্ৰণ্টে কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে আজি আৰু কাইলৈ দেশজুৰি বন্ধৰ আহ্বান জনাইছে। বন্ধৰ বাবে, বেংকসমূহৰ কাম-কাজ দুদিনৰ বাবে স্থগিত থাকিব পাৰে কিয়নো অল ইণ্ডিয়া বেংক এমপ্লয়িজ এছ'চিয়েশ্যনে বন্ধলৈ সমৰ্থন আগবঢ়াইছে। ট্ৰেড ইউনিয়নসমূহে চৰকাৰৰ কিছুমান নীতিত তাৎক্ষণিক পৰিৱৰ্তনৰ দাবী জনাইছে। ট্ৰেড ইউনিয়নবোৰে দাবী কৰে যে চৰকাৰে শ্ৰমিক সংহিতা বাতিল কৰিব লাগে, যিকোনো ধৰণৰ ব্যক্তিগতকৰণ তৎক্ষণাৎ বন্ধ কৰিব লাগে, ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ পাইপলাইন (এনএমপি) আঁতৰ কৰিব লাগে আৰু এমজিএনৰেগাৰ অধীনত মজুৰি আৱণ্টন বৃদ্…
১ বছৰত ১ লাখ নিবনুৱাক চাকৰি! এয়া আছিল বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি। নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বিজেপি চৰকাৰে ১ লাখ চাকৰিৰ লক্ষ্যৰে তৃতীয়–চতুৰ্থ বৰ্গৰ ২৬,৪৪১ টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ১৩,১৪১টা তৃতীয় বৰ্গৰ পদ আৰু ১৩,৩০০টা চতুৰ্থ বৰ্গৰ। চৰকাৰে প্ৰকাশ কৰা নিযুক্তিৰ বিজ্ঞাপন নিশ্চিতভাৱে ৰাজ্যৰ নিবনুৱাসকলৰ বাবে এক আশাৰ খবৰ। কিন্তু আৰ্থিক সংকটৰ সময়ত এই পদসমূহৰ আবেদন মাচুলৰ জৰিয়তে চৰকাৰে কোটি কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। পূৰ্বেও এপিডিচিএলৰ পৰীক্ষা পাতি বাতিল কৰা হৈছে, বিদেশী ন্যায়াধীকৰণৰ ১৭০০ পদৰ বাবে পৰীক্ষ…
দুবছৰৰ বিৰতিৰ অন্তত অমৰনাথ যাত্ৰা (Amarnath Yatra) পুনৰ আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে চৰকাৰে । ইয়াৰ বাবে শ্ৰী অমৰনাথ শ্ৰাইন বোৰ্ডে ইতিমধ্যে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ক'ৰোণা মহামাৰীৰ বাবে অমৰনাথ যাত্ৰা যোৱা দুবছৰ ধৰি বন্ধ আছিল। এতিয়া পুনৰ ৩০ জুনত আৰম্ভ হ'ব অমৰনাথ যাত্ৰা। পুনৰ ভক্তসকলে ৪৩ দিনৰ বাবে দৰ্শন কৰিব পাৰিব মহাদেৱক। এই যাত্ৰা ৰাখী বন্ধনলৈকে খোলা থাকিব । ভ্ৰমণৰ বাবে পঞ্জীয়নৰ প্ৰক্ৰিয়া সোনকালেই আৰম্ভ হ'ব। পঞ্জীয়ন কেতিয়া আৰম্ভ হ'ব? জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰৰ কাৰ্যালয়ে যাত্ৰা আৰম…
বিশ্বৰ আটাইতকৈ ডাঙৰ বঁটা প্ৰদান অনুষ্ঠান অস্কাৰ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অনুষ্ঠিত হৈছে। এই সময়ছোৱাত কিবা এটা ঘটিছিল যিটো কোনেও কল্পনাও কৰা নাছিল। উইল স্মিথে বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজক ক্ৰিছ ৰকক চৰ মাৰিছিল। প্ৰথমে, এইটো এটা কৌতুক যেন লাগিছিল, কিন্তু পিছত ই গুৰুতৰ হৈ পৰিছিল। উইলে ক্ৰিছক তীব্ৰ সমালোচনা কৰি কৈছিল, "আনকি মোৰ পত্নীৰ নামো আপোনাৰ মুখত নল'ব।" আজিলৈকে অস্কাৰৰ ইতিহাসত মঞ্চত চৰ মৰাৰ এইটো প্ৰথম ঘটনা। ৰকে উইল স্মিথৰ পত্নীৰ চুলিক লৈ ধেমালি কৰাত এই ঘটনা সংঘটিত হয়। হলিউড অ…
১৯ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মিত্ৰ দল অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কলিতা। ছয়গাওঁ সমষ্টিৰ চাৰিবাৰৰ বিধায়ক ডাঃ কমলা কলিতাৰ স্পষ্ট অভিযোগ বিজেপি চৰকাৰে বিগত ছয় বছৰত মহানগৰীৰ খোৱা পানীৰ সমস্যা সমাধানৰ কোনো চেষ্টাই নকৰিলে। যাৰ বাবে গুৱাহাটীৰ ৰাইজে এতিয়া খোৱা পানীৰ বাবে জিয়াতু ভুগিব লগা হৈছে বুলি কয় ডাঃ কমলা কলিতাই। সিমানতে ক্ষান্ত নাথাকি "পাৱে পৰি হৰি বুলি ভৰিত ধৰিছো" বুলি কয় প্ৰাক্ত…
আপুনি নিশ্চয় সৌৰ তুফান বা সৌৰ ধুমুহাৰ (Solar Storm) বিষয়ে শুনিছে। যদি আপুনি শুনা নাই, তেন্তে বহলভাৱে বুজি পাব যে সূৰ্যৰ পৃষ্ঠৰ পৰা বিদ্যুত চুম্বকীয় বিস্ফোৰণ (Electromagnetic eruptions from the surface of the sun) যাৰ ফলত বৃহৎ পৰিমাণৰ কণা প্ৰবাহিত হয়। এই পৰিঘটনাটোক সৌৰ ধুমুহা বুলি কোৱা হয়। নাছাই সতৰ্ক কৰি দিছে যে ইউকেত পৃথিৱীৰ বায়ুমণ্ডলত শক্তিশালী সৌৰ ধুমুহাৰ আশংকা আছে। নাছা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় প্ৰশাসনে পৃথিৱীৰ সৈতে সৌৰ ধুমুহাৰ সংঘৰ্ষৰ সময়ৰ বিষয়ে তেওঁলোকৰ অনুমান পৃথক। নাছাই ২৮ মাৰ্চত…
কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনে আহ্বান জনোৱা ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিছে গুৱাহাটী মহানগৰীত। চৰকাৰৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ মহানগৰীৰ গুৱাহাটী ক্লাৱ। প্ৰতিবাদৰ সময়ত প্ৰতিবাদীকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত তীব্ৰ হতাহতি হোৱাৰো পৰিলক্ষিত হৈছে। প্ৰতিবাদকাৰীৰ সমদলক বাধা আৰক্ষীৰ। আনকি প্ৰতিবাদকাৰীক আটক কৰি লৈ যায় আৰক্ষীয়ে। উল্লেখ্য যে, বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু জন বিৰোধী নীতি প্ৰত্যাহাৰৰ দাবীত ২৮ আৰু ২৯ মাৰ্চত দেশজোৰা ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনে । কেন্দ্ৰীয় …
Social Plugin