ৰিপুণ বৰা পৰাস্ত, পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰৌণগৌড়া নাৰ্জাৰীৰ জয়

 


ৰাজ্যসভা নিৰ্বাচন (Rajyasabha Election)ত পৰাস্ত হ'ল ৰিপুণ বৰা (Ripun Bora)।

বিজয়ী হ'ল বিজেপিৰ পবিত্ৰ মাৰ্ঘেৰিটা আৰু UPPLৰ ৰৌণগৌড়া নাৰ্জাৰী।

ৰিপুণ বৰাই লাভ কৰিলে ৩৪টা ভোট। ৰিপুণ বৰাৰ পক্ষত দিয়া ২টা ভোট বাতিল হৈছে।

সংবাদমাধ্যমত ৰিপুণ বৰাই নিজে এই কথা সদৰী কৰিলে।

কাউণ্টিং হলৰ পৰা ওলাই আহি নিজে সংবাদমাধ্যমত নিজৰ পৰাজ.ৰ কথা সদৰী কৰে ৰিপুণ বৰাই।

Post a Comment

0 Comments