‘অখিল গগৈক কিনিবলৈ কাৰো দম নাই, বিক্ৰী যোৱা মানুহ অখিল গগৈ নহয়’ – বুকুত ঢকিয়াই মন্তব্য অখিল গগৈৰ


অখিল গগৈয়ে কয়, ‘‘কংগ্ৰেছ–AIUDFক নহয়, সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰিবলৈ ভোট দিম ৰিপুণ বৰাক।’’

 

 ‘অখিল গগৈক কিনিবলৈ কাৰো দম নাই। অখিল গগৈ হয়, বিক্ৰী যোৱা মানুহ অখিল গগৈ নহয়।’’ – বুকুত ঢকিয়াই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।

অখিল গগৈয়ে কয়, ‘‘কংগ্ৰেছ–AIUDFক নহয়, সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰিবলৈ ভোট দিম ৰিপুণ বৰাক।’’

শিৱসাগৰৰ বিধায়কগৰাকীয়ে কয়, আমি সকলোৱে বিৰোধীৰ এজন ৰাজ্যসভালৈ পঠিয়াব লাগে। কংগ্ৰেছৰ সভাত মই উপস্থিত থাকিম। বিৰোধী একলগ নহ’লে বিজেপিয়ে সুবিধা আদায় কৰিব। আমি বিৰোধী একলগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো।

Post a Comment

0 Comments