গাড়ীত বাজিছে হৃত্বিকৰ ‘না তুম জানো না হাম’! কাৰ সৈতে লং ড্রাইভত গৈছে সুন্দৰী ছাৰা
-
March 30, 2022
 
শচীন তেণ্ডুলকাৰৰ সুন্দৰী কন্যা ছাৰা তেণ্ডুলকাৰকলৈ চৰ্চাৰ কোনো অন্ত নাই৷ ছচিয়েল মিডিয়াত ছাৰাৰ পোষ্ট লগে লগে ভাইৰেল হৈ পৰে৷ 
শচীন তেণ্ডুলকাৰৰ সুন্দৰী কন্যা ছাৰা তেণ্ডুলকাৰকলৈ চৰ্চাৰ কোনো অন্ত নাই৷ 
ছচিয়েল মিডিয়াত ছাৰাৰ পোষ্ট লগে লগে ভাইৰেল হৈ পৰে৷ ছাৰা তেণ্ডুলকাৰে 
অলপতে লং ড্ৰাইভত যোৱাকলৈ ছচিয়েল মিডিয়াত ব্যাপক আলোচনা চলিছিল।
শচীন তেণ্ডুলকাৰৰ জীয়ৰী ছাৰা তেণ্ডুলকাৰে তেওঁৰ ইনষ্টাগ্ৰাম ষ্টোৰীত বিশেষ
 ভিডিঅ' শ্বেয়াৰ কৰিছিল য'ত তেওঁক ড্ৰাইভ কৰিবলৈ যোৱা দেখা গৈছিল৷ তেওঁৰ 
সৈতে কোন আছে সেয়া ভিডিঅ'টোৰ পৰা জনা নাযায়৷ ছাৰা তেণ্ডুলকাৰৰ বিষয়ে 
গচিপৰ অন্ত নাই৷ শুভমান গিলৰ সৈতেও ছাৰা তেণ্ডুলকাৰ প্ৰেমৰ সম্পৰ্কত আছে 
বুলি চৰ্চা চলি থাকে। 
 
 
 
  
 
 
 
 
 
0 Comments