ভাল খবৰ! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি গঁড়ৰ সংখ্যা


 

২৫ৰ পৰা ২৮ মাৰ্চলৈ চলিছিল কাজিৰঙাৰ গঁড় গণনাৰ প্ৰক্ৰিয়া।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে গঁড়ৰ সংখ্যা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৪সংখ্যক গঁড় পিয়ল ২০২২ৰ ফলাফল ঘোষণা কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ গঁড়ৰ সংখ্যা বৰ্তমান ২৬১৩টা। পূৰ্বে ২০১৮ চনত এই সংখ্যা আছিল ২৪১৩টা।

 ২০০টা বৃদ্ধি পালে গঁড়ৰ সংখ্যা। ২৫ৰ পৰা ২৮ মাৰ্চলৈ চলিছিল কাজিৰঙাৰ গঁড় গণনাৰ প্ৰক্ৰিয়া।

Post a Comment

0 Comments