জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেৰ মৃত্যু, আজি আততায়ীৰ গুলীত আহত হৈছিল আবে
ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ বাবে এক ডাঙৰ আঘাত ! গৃহমন্ত্ৰী প্ৰীতি পেটেলেও ক'লে পদত্যাগ কৰিবলৈ ...
সাধাৰণ জনতাৰ মূৰত মাধমাৰ! পুনৰ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম
 ভূপেন বৰা এজন পাগল! ছোনিয়া মেডামে পাগল এজন বহুৱাই ৰাখিছে অসম কংগ্ৰেছত, সেয়ে কংগ্ৰেছৰ নাও বুৰিছে- আজমল
 যশপ্ৰীত বুমৰাহ টীম ইণ্ডিয়াৰ অধিনায়ক, BCCIএ ঘোষণা কৰিলে এই কথা ! কাইলৈ এজবাষ্টনত পঞ্চম টেষ্ট ...
কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান, প্ৰৱেশদ্বাৰৰ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদ ...
 কলিয়াবৰত দিন-দুপৰতে সন্ত্ৰাস ভোকাতুৰ বন্যহস্তীৰ, স্কুটী আৰোহীলৈ চোঁচা, ভাঙিলে ঘৰ
বানত নিহতসকলৰ পৰিয়াললৈ ৪ লাখ টকাকৈ ক্ষতিপূৰণ দিব চৰকাৰে, উপায়ুক্তক দিলে নির্দেশনা
যোৰহাটত ছেলফি উঠি বিপদত পৰিছে চোৰ! বেগ হাউছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত আমোদজনক ঘটনা
কথা নোকোৱাকৈয়ে ভিডিঅ’ কৰি হিট! ২২ বছৰত ২০ কোটি ফলোৱাৰ এইজন টিকটক ষ্টাৰৰ
পল্টন বজাৰ আৰক্ষীৰ জালত মেকআপ আৰ্টিষ্ট, অভিনয়ত সুযোগ দিয়াৰ প্ৰলোভনেৰে মুম্বাইলৈ নি দেহ ব্যৱসায়ত লিপ্ত কৰাইছিল অসমৰ যুৱতীক
মহানগৰীত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ ! বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি কেন্দ্ৰক পেকেজ ঘোষণা কৰাৰ দাবী ...
একনাথ সিন্দে মহাৰাষ্ট্রৰ নতুন মুখ্যমন্ত্ৰী, আজি সন্ধিয়া মুখ্যমন্ত্ৰী হিচাপে ল’ব শপত!
যেতিয়া বিজেপি নেতা দেৱেন্দ্ৰ ফাডনাভিছে একনাথ সিন্দেক মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ দলৰ সমৰ্থন ঘোষণা কৰিছিল। কোনেও এইটো আশা কৰা নাছিল।
শ্বেৰশ্বাহৰ পিছত এইবাৰ এখন ৰোমাণ্টিক ছবিৰ বাবে সাজু হৈছে সিদ্ধাৰ্থ আৰু কিয়াৰা- ৰিপোৰ্ট
কাইলৈ মহাৰাষ্ট্ৰ বিধানসভাত হ’ব আস্থা ভোট, আজিয়ে গুৱাহাটী এৰিব বিসম্বাদী বিধায়কে
বঙাইগাঁৱৰ বাশবাৰীত আই নৈৰ বানত ভাহি আহিল কবৰস্থ কৰা মৃতদেহ, খহনীয়াৰ কবলত মন্দিৰ-মছজিদ
 গড়গাঁও মহাবিদ্যালয়ত ৫টা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে অনুমোদন
কলিয়াবৰৰ বুঢ়াপাহাৰত ভূমিস্খলন, পাহাৰৰ পৰা প্ৰকাণ্ড শিল–গছ খহি আৱদ্ধ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ
উদ্ধৱ থাকৰে চৰকাৰৰ পতন হ’লে মহাৰাষ্ট্ৰত গঠন হ’ব নেকি বিজেপি চৰকাৰ?