যোৰহাটত ছেলফি উঠি বিপদত পৰিছে চোৰ! বেগ হাউছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত আমোদজনক ঘটনা

 Assam: Slew of thefts in Jorhat; one arrested on murder charges 

এখন ছেলফিয়েই কাল হ'ল এটা চোৰৰ বাবে। প্ৰথমে ছেলফি আৰু তাৰ পিছত চুৰি। যোৰহাটত সংঘটিত হৈছে এই আমোদজনক ঘটনা। ছেলফি চাই এতিয়া চোৰৰ সন্ধানত নামি পৰিছে ভুক্তভোগী ব্যৱসায়ী।

যোৰহাটত এতিয়া চৰ্চা চলিছে এই এটা চোৰ, এটা মোবাইল আৰু এখন ছেলফিক লৈ। ঘটনা অনুসৰি, বুধবাৰে যোৰহাটৰ জেবি ৰোডৰ জে কে বেগ হাউছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত উপস্থিত হয়হি এজন গ্ৰাহক। গ্ৰাহকজনে ক্ৰয় কৰে এটা বেগ। কিন্তু ইয়াৰ পিছত গ্ৰাহকজন পুনৰ আহে দোকানখনলৈ।

Post a Comment

0 Comments