শ্বেৰশ্বাহৰ পিছত এইবাৰ এখন ৰোমাণ্টিক ছবিৰ বাবে সাজু হৈছে সিদ্ধাৰ্থ আৰু কিয়াৰা- ৰিপোৰ্ট

Sidharth Malhotra, Kiara Advani in Talks for a Romantic Film After Shershaah:  Report

এক সূত্ৰৰ মতে, “সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে এখন ৰোমান্টিক ছবিৰ বাবে আলোচনাত মিলিত হৈছে য’ত দুয়োকে একেলগে দেখা যাব। সিদ্ধাৰ্থ আৰু কিয়াৰাৰ দুয়োজনে চিত্ৰনাট্যখন ভাল পাইছে যদিও  এতিয়াও চহী কৰা নাই।” 

শ্বেৰশ্বাহত সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী (Sidharth Malhotra, Kiara Advani)ৰ যুটিক সকলোৱে আদৰি লৈছিল আৰু এতিয়া যদি ওলাই থকা খবৰবোৰ বিশ্বাস কৰিব পাৰি তেন্তে অভিনেতাদুগৰাকী পুনৰ একলগে দেখা যাব আন এখন নতুন ছবিত।  দুয়োজনে তেওঁলোকৰ সম্পৰ্কৰ বাবে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰে। যদিও এজনেও একো নিশ্চিত বা অস্বীকাৰ কৰা নাই, অনুৰাগীসকলে দুয়োজনৰ সম্পৰ্কৰ বাতৰিৰ প্ৰতি বহুত আগ্ৰহ প্ৰকাশ কৰে। কিছুদিন আগতে তেওঁলোকৰ মাজত বিচ্ছেদ ঘটিছে বুলিও খবৰ ওলাইছিল, অৱশ্যে তেওঁলোকৰ শেহতীয়া পাৰস্পৰিক ক্ৰিয়া-কলাপে সেই উৰাবাতৰিবোৰৰ অন্ত পেলোৱা যেন লাগিছে।

ইফালে, IndiaToday.in ৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে তেওঁলোকে এখন ৰোমান্টিক ছবিৰ বাবে আলোচনাত মিলিত হৈছে। এক সূত্ৰৰ মতে, “সিদ্ধাৰ্থ মালহোত্ৰা (Sidharth Malhotra) আৰু কিয়াৰা আদৱানী (Kiara Advani)য়ে এখন ৰোমান্টিক ছবিৰ বাবে আলোচনাত মিলিত হৈছে য’ত দুয়োকে একেলগে দেখা যাব। সিদ্ধাৰ্থ আৰু কিয়াৰাৰ দুয়োজনে চিত্ৰনাট্যখন ভাল পাইছে যদিও  এতিয়াও চহী কৰা নাই।”

Post a Comment

0 Comments