ভূপেন বৰা এজন পাগল! ছোনিয়া মেডামে পাগল এজন বহুৱাই ৰাখিছে অসম কংগ্ৰেছত, সেয়ে কংগ্ৰেছৰ নাও বুৰিছে- আজমল

Forging Alliance with AIUDF Was A Sin": APCC chief Bhupen Borah বৰাক উপত্যকাত ভয়ংকৰ বান পৰিস্থিতি প্ৰায় নিয়ন্ত্ৰনত অহাৰ পিছত বন্যাৰ্তৰ বুজ ল'বলৈ চৰিদিনৰ কৰ্মসূচী লৈ বৰাক উপত্যকাত উপস্থিত হয় AIUDF প্ৰধান বদৰুদ্দিন আজমল ৷ বদৰুদ্দিন আজমলে (Badaruddin Ajmal) উপস্থিত হয় বদপুৰত। পানী হ্ৰাস পোৱা ঠাইত খন্তেক চকু ফুৰাই বান নিয়ন্ত্ৰনৰ বাবে নেদেখাজনৰ ওচৰত দোৱা কৰে।

পিছে বান পৰিস্থিতিৰ বুজ ল'বলৈ আহিলেও উপস্থিত সাংবামাধ্যমৰ সম্মুখত কংগ্ৰেছ (Congress)ক গালি পাৰিবলৈ নেৰিলে আজমলে। আজমলে কয় যে ভূপেন বৰা (Bhupen Bora) কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতে কংগ্ৰেছক নিশ্চিহ্ন কৰি দিছে

Post a Comment

0 Comments