কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী কোৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ আশুআৰোগ্য কামনা কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটযোগে তেওঁৰ আশু আৰোগ্য কামনা কৰে।ছোনিয়া গান্ধীয়ে (Sonia Gandhi) কোৰোনাত আক্ৰান্ত হোৱাৰ পিছতে হোম আইছোলেচনত আছে। ৮ জুনত ছোনিয়া গান্ধীক প্ৰৱৰ্তন সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হ'বলৈ চমন পঠিওৱা হৈছিল। কোৰোনাত আক্ৰান্ত হ'লেও ছোনিয়া গান্ধীয়ে ৮ জুনতে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ED) সন্মুখত হাজিৰ হ'ব বুলি জানিবলৈ দিছে। অৱশ্যে এতিয়া কোৰোনাৰ বাবে এয়া সম্ভৱ হয় নে নহয় সেয়া সময়তহে জানিব পৰা যা…
কৰ্ণাটকৰ ধাৰৱাড় (Dharwad, Karnataka) জিলাৰ পুৰণি হুবলি আৰক্ষী থানা (Old Hubli Police Station)ত যোৱা নিশা জনতাই শিল নিক্ষেপ কৰাৰ ঘটনাত প্ৰায় ৪০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাত এজন পৰিদৰ্শকসহ ১২ জন আৰক্ষী লোক আহত হৈছিল। আৰক্ষী বিষয়াই জনোৱা মতে আৰক্ষীয়ে জনতাক ছত্ৰভংগ দিয়াবলৈ মৃদু লাঠী চাৰ্জ আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰিছিল। এই হিংসাৰ ফলত চহৰখনত ১৪৪ ধাৰা জাৰি কৰা হৈছে। ঘটনা অনুসৰি এজন ব্যক্তিয়ে এটা নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি ছ'চিয়েল মিডিয়া (Social Media)ত এটা আক্ৰমণাত্মক পোষ্ট শ্বেয়াৰ কৰিছিল। এই পোষ্টটোৰ বিৰুদ্ধে একাংশ…
হেঁপাহৰ ৰঙালী বিহুক এইবাৰ অতি উচাহৰ মাজেৰে আদৰিছে প্ৰতিগৰাকী অসমীয়াই। কোভিড পৰিস্থিতিৰ বাবে প্ৰায় দুটা বছৰৰ পিছত এইবাৰ অসমীয়াই উলহ-মালহেৰে উদযাপন কৰিছে ৰঙালী বিহু। ঠায়ে ঠায়ে বতৰে কিছু বিধি পথালি দিছে যদিও ৰঙালীৰ ৰঙত মতলীয়া প্ৰতিগৰাকী অসমীয়া। আজি ব'হাগৰ ১ তাৰিখ। পৰম্পৰা অনুসৰি পহিলা ব'হাগত মানুহ বিহু পালন কৰি আহিছে। আজি পুৱাই মাহ-হালধি সানি গা-পা ধুই গোঁসাইক সেৱা কৰি ৰাইজে বছৰটোলৈ ঘৰখনৰ কুশল মংগল কামনা কৰে। মানুহ বিহু দিনা কণিষ্ঠজনে জ্যেষ্ঠজনক চৰণ চুই সেৱা লয়। ইজনে সিজনক বিহুৱান যাচে। আৰু সকলোৱে একেলগে পিঠা-পনা আৰু জলপান খায়।
মেষ: দুই ধৰণৰ চিন্তাই আপোনাৰ কৰ্মত আহুকালৰ সৃষ্টি কৰিব। প্রিয় লোকৰ কোনো কথাত সন্তুষ্ট নহ’ব। পিছে অপেক্ষা কৰা কোনো সংবাদত সুখ। শুভ ৰং বেঙুনীয়া। বৃষ : কৰ্মৰ ওপৰত বিশ্বাস থাকিব। কোনো কাৰণে বিৰক্ত ভাব আহিব পাৰে। আৰ্থিক আমদানিৰ লগতে খৰচৰ পথো মুক্ত থাকিব। শুভ ৰং নীলা। মিথুন: সাধাৰণ খংৰাগ। কিন্তু উন্নত পৰিৱেশক সিয়ে ক্ষতি নকৰিব। প্রেম প্রীতিত মধ্যম আবেগ বৃদ্ধি। খৰচ বাঢ়িব। দৰকাৰী কামৰ বাবে কোনোৱে কৰা চেষ্টাত সফল হ’ব। শুভ ৰং আকাশী নীলা। কৰ্কট : ক্ষীপ্ত পৰিৱেশ আৰম্ভণিৰ সম্ভাৱনা হলেও প্রকট নহ’ব। শৰীৰৰ প্ৰতি যত্ন লোৱাটো দংকাৰ বিদ্যাৰ্থীৰ মধ্যম। বন্ধু-ব…
Odd অসম: মুম্বাইত বাস কৰা ২৭ বছৰীয়া গ্ৰাফিক ডিজাইনাৰ পাৰ্থ বাৰ্চনিয়ে আঠ বছৰ বয়সত প্ৰথমবাৰৰ বাবে মধ্য ভাৰতৰ ৰাজ্য ছত্তীশগড়ত বাইচন-হৰ্ণ মাৰিয়া জনজাতিৰ মুখামুখি হৈছিল। কেইবা দশক হৈ গ'ল, কিন্তু তেওঁ সেই দিনবোৰ ভালদৰে মনত ৰাখে। তেওঁ ভি.আই.চি.-ক কৈছিল, "মোৰ দেউতা এজন চৰকাৰী বিষয়া আছিল যাক সেই অঞ্চলত নিযুক্তি দিয়া হৈছিল।" "এনে লাগিছিল যেন মই একেবাৰে বেলেগ পৃথিৱীত ভৰি দিছো। খালি স্তনৰ মহিলা আৰু পুৰুষে তেওঁলোকৰ ৰীতি-নীতিৰ নৃত্য পৰিৱেশন কৰোঁতে ইজনে সিজনক যৌন ভাৱে জোকাইছিল, আৰু কোনো বাধা নাছিল। কোনেও কোনো বিষয়ে সচেতন নাছিল, আৰ…
Social Plugin