এক সূত্ৰৰ মতে, “সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে এখন ৰোমান্টিক ছবিৰ বাবে আলোচনাত মিলিত হৈছে য’ত দুয়োকে একেলগে দেখা যাব। সিদ্ধাৰ্থ আৰু কিয়াৰাৰ দুয়োজনে চিত্ৰনাট্যখন ভাল পাইছে যদিও এতিয়াও চহী কৰা নাই।” শ্বেৰশ্বাহত সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী (Sidharth Malhotra, Kiara Advani)ৰ যুটিক সকলোৱে আদৰি লৈছিল আৰু এতিয়া যদি ওলাই থকা খবৰবোৰ বিশ্বাস কৰিব পাৰি তেন্তে অভিনেতাদুগৰাকী পুনৰ একলগে দেখা যাব আন এখন নতুন ছবিত। দুয়োজনে তেওঁলোকৰ সম্পৰ্কৰ বাবে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰে। যদিও এজনেও একো নিশ্চিত বা অস্বীকাৰ কৰা নাই,…
মালয়ালম অভিনেতা বিজয় বাবুক গ্ৰেপ্তাৰ (Actor Vijay Babu Arrested) কৰা হৈছে। অভিনেতাগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল। সোমবাৰে কোচি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। বিজয় বাবুৰ বিৰুদ্ধে ২২ এপ্ৰিলত ধৰ্ষণৰ অভিযোগ (Sexual Assault Case)ত গোচৰ ৰুজু কৰা হৈছিল। দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি কোচিৰ উপ-চিটি আৰক্ষী আয়ুক্ত ইউ ভি কুৰিয়াকোছে প্ৰকাশ কৰে যে বিজয় বাবু (Vijay Babu)ৰ গ্ৰেপ্তাৰৰ ৰেকৰ্ড কৰা হৈছে। প্ৰমাণ সংগ্ৰহৰ অংশ হিচাপে বিজয়ক ধৰ্ষণৰ অভিযোগ উত্থাপন হোৱা ঠাইলৈ লৈ যোৱা হ’ব বুলি জানিব পৰা গৈছে। প্ৰতি…
শ্বাহৰুখ খানে (Shah Rukh Khan)বলীউডৰ ৩০ বছৰীয়া যাত্ৰাত তেওঁৰ তাৰকাময় অভিনয়েৰে দৰ্শকক আকৰ্ষণ কৰাৰ বাহিৰেও বহু বক্স অফিচ অভিলেখ ভংগ কৰিছিল, যাৰ বিষয়ে আমি আজি ক’ম। শ্বাহৰুখ খান (Shah Rukh Khan), যাক ‘বলিউডৰ বাদশ্বাহ’ বুলি কোৱা হয়, আজি তেওঁ ভাৰতীয় চিনেমা আৰু মনোৰঞ্জন উদ্যোগত ৩০ বছৰ সম্পূৰ্ণ কৰিছে। ১৯৯২ চনৰ ২৫ জুনত শ্বাহৰুখ খানৰ প্ৰথমখন ছবি ‘দীৱানা’ মুক্তি লাভ কৰে। যদিও এই ছবিখনত ঋষি কাপুৰ মূল চৰিত্ৰত আছিল, কিন্তু আটাইতকৈ চৰ্চিত হৈছিল নতুনকৈ আত্মপ্ৰকাশ অভিনেতা শ্বাহৰুখ খান। প্ৰথমখন ছবিতেই তেওঁ দৰ্শকৰ হৃদয়ত প্ৰবেশ কৰিছিল একপ্ৰকাৰ আলোড…
২৫ বছৰীয়া ডিভা, জাহ্নৱী কাপুৰে এই মুহূৰ্তত কাকো ডেটিং কৰা নাই, কিন্তু নিশ্চিতভাৱে নিজৰ ভৱিষ্যত সংগী (Janhvi Kapoor future partner) বিচাৰি আছে। এটা সাক্ষাৎকাৰৰ সময়ত নিজকে প্ৰকাশ কৰি থাকোঁতে তেওঁ সেই ৬টা গুণৰ বিষয়ে কৈছিল, যিবোৰ তেওঁ নিশ্চিতভাৱে নিজৰ সংগীৰ মাজত থকাটো বিচাৰে। বলীউডৰ অন্যতম আগশাৰীৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ (Janhvi Kapoor)। ২০১৮ চনত ঈশান খট্টাৰৰ সৈতে ‘খড়ক’ ছবিৰে অভিষেক ঘটোৱা জাহ্নৱীয়ে এই পৰ্যন্ত চাৰিখন ছবিতহে কাম কৰিছে। কিন্তু নিজৰ কামেৰে প্ৰমাণ কৰিছে যে তেওঁ ছুপাৰষ্টাৰৰ পথত আগবাঢ়িছে। অভিনয়ৰ সমান্তৰালকৈ জাহ্নৱী ভ্ৰমণ…
অনুষ্কা শ্বেট্টীৰ গেৰেজত আছে ১৭ৰ পৰা৭০ লাখ টকাৰ বিলাসী গাড়ী, এখন গাড়ী চালকক দিছে উপহাৰ অনুষ্কা শেট্টী (Anushka Shetty)য়ে দক্ষিণ চলচ্চিত্ৰ উদ্যোগত অনুষ্কা শ্বেট্টীৰ গেৰেজত আছে ১৭ৰ পৰা৭০ লাখ টকাৰ বিলাসী গাড়ী, এখন গাড়ী চালকক দিছে উপহাৰ এক দশকৰো অধিক সময় ধৰি কাম কৰি আহিছে আৰু এই আটাইকেইটা বছৰতে তেওঁ ভাগমতী, অৰুন্ধতী, ৱেদম, সিংঘম, ৰুদ্ৰমাদেৱী আদি বহুতো ব্লকবাষ্টাৰ ছবিদিছে। ইতিমধ্যে টলীউডত (South Film Industry) তেওঁৰ এটা নাম আছিল যদিও ‘বাহুবলী’ৰ পিছৰে পৰা তেওঁ দেশৰ লগতে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰিছে। ৰাজামৌলিৰ এই ছবিখনে অভিনেত্ৰীগৰাকী…
Social Plugin