আজি ভাৰতে বিশ্ব জয় কৰাৰ ৩৯ বছৰ হ'ল, আজিৰ দিনটোত লৰ্ডছত লিখা হৈছিল ভাৰতীয় ক্ৰিকেটৰ কাহিনী ..


 

অনুষ্কা শ্বেট্টীৰ গেৰেজত আছে ১৭ৰ পৰা৭০ লাখ টকাৰ বিলাসী গাড়ী, এখন গাড়ী চালকক দিছে উপহাৰ

অনুষ্কা শেট্টী (Anushka Shetty)য়ে দক্ষিণ চলচ্চিত্ৰ উদ্যোগত

অনুষ্কা শ্বেট্টীৰ গেৰেজত আছে ১৭ৰ পৰা৭০ লাখ টকাৰ বিলাসী গাড়ী, এখন গাড়ী চালকক দিছে উপহাৰ

এক দশকৰো অধিক সময় ধৰি কাম কৰি আহিছে আৰু এই আটাইকেইটা বছৰতে তেওঁ ভাগমতী, অৰুন্ধতী, ৱেদম, সিংঘম, ৰুদ্ৰমাদেৱী আদি বহুতো ব্লকবাষ্টাৰ ছবিদিছে। ইতিমধ্যে টলীউডত (South Film Industry) তেওঁৰ এটা নাম আছিল যদিও ‘বাহুবলী’ৰ পিছৰে পৰা তেওঁ দেশৰ লগতে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰিছে। ৰাজামৌলিৰ এই ছবিখনে অভিনেত্ৰীগৰাকীৰ জনপ্ৰিয়তা বহুখিনি বৃদ্ধি কৰিছিল আৰু এতিয়া তেওঁক কোনেও চিনাকী কৰাই দিয়াৰ প্ৰয়োজন নাই। অৱশ্যে আজি আমি আপোনালোকক অনুষ্কা শ্বেট্টীৰ গাড়ীৰ সংগ্ৰহৰ (Anushka Shetty Car Collection) বিষয়ে তথ্য দিছো। চাৰিচকীয়া গাড়ীৰ প্ৰতি আকৰ্ষিত অভিনেত্ৰীগৰাকীৰ গেৰেজত আছে বহুতো বিলাসী গাড়ী।

Post a Comment

0 Comments