জাহ্নৱী কাপুৰক লাগে ৬টা গুণ থকা জীৱনসংগী, আপোনাৰ আছেনে এই ছয়টা গুণ

 


২৫ বছৰীয়া ডিভা, জাহ্নৱী কাপুৰে এই মুহূৰ্তত কাকো ডেটিং কৰা নাই, কিন্তু নিশ্চিতভাৱে নিজৰ ভৱিষ্যত সংগী (Janhvi Kapoor future partner) বিচাৰি আছে। এটা সাক্ষাৎকাৰৰ সময়ত নিজকে প্ৰকাশ কৰি থাকোঁতে তেওঁ সেই ৬টা গুণৰ বিষয়ে কৈছিল, যিবোৰ তেওঁ নিশ্চিতভাৱে নিজৰ সংগীৰ মাজত থকাটো বিচাৰে। 

বলীউডৰ অন্যতম আগশাৰীৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ (Janhvi Kapoor)। ২০১৮ চনত ঈশান খট্টাৰৰ সৈতে ‘খড়ক’ ছবিৰে অভিষেক ঘটোৱা জাহ্নৱীয়ে এই পৰ্যন্ত চাৰিখন ছবিতহে কাম কৰিছে। কিন্তু নিজৰ কামেৰে প্ৰমাণ কৰিছে যে তেওঁ ছুপাৰষ্টাৰৰ পথত আগবাঢ়িছে। অভিনয়ৰ সমান্তৰালকৈ জাহ্নৱী ভ্ৰমণ, সাহিত্য আৰু নৃত্যৰ প্ৰতি আকৰ্ষিত। কিন্তু শ্ৰীদেৱীৰ প্ৰিয়জনে নিজৰ ভৱিষ্যত সংগী (Janhvi Kapoor future partner)ৰ মাজত কি কি গুণ বিচাৰে জানেনে।

২৫ বছৰীয়া ডিভা, জাহ্নৱী কাপুৰে এই মুহূৰ্তত কাকো ডেটিং কৰা নাই, কিন্তু নিশ্চিতভাৱে নিজৰ ভৱিষ্যত সংগী (Janhvi Kapoor future partner) বিচাৰি আছে। এটা সাক্ষাৎকাৰৰ সময়ত নিজকে প্ৰকাশ কৰি থাকোঁতে তেওঁ সেই ৬টা গুণৰ বিষয়ে কৈছিল, যিবোৰ তেওঁ নিশ্চিতভাৱে নিজৰ সংগীৰ মাজত থকাটো বিচাৰে।

Post a Comment

0 Comments