বিজনীৰ পৰা লাডাখলৈ স্কুটীৰে ভ্ৰমণ অসমৰ যুৱক সন্দীপ সাহাৰ, ৩২ দিনৰ মূৰত আহি পালে নিজ গাওঁ


 ব্যতিক্ৰমী চিন্তা-চৰ্চাৰে কিবা এটা কৰাৰ হাবিয়াস সকলোৰে থাকে। এনে এটি সপোন বুকুত বান্ধি বিজনীৰ কাবিলিবাগানৰ যুৱক সন্দীপ সাহাই স্কুটীৰে যাত্ৰা আৰম্ভ কৰিছিল বৰফৰ দেশ লাডাখলৈ (travels from Bijni to Ladakh by scooty)।

সম্পূৰ্ণ ৩২ দিনৰ অন্তত লাডাখ ভ্ৰমণৰ কৰি বিজনীত আহি উপস্থিত হয় সন্দীপ সাহা। সপোনক সাকাৰ কৰি সাহাই সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিলে লাডাখ ভ্ৰমণৰ অভিজ্ঞতা। লাডাখৰ মনোমোহা দৃশ্য প্ৰত্যক্ষ কৰি ভ্ৰমণ কৰি ভালপোৱা ব্যক্তিক জীৱনত এবাৰ হ'লেও লাডাখ ভ্ৰমণ কৰিবলৈ আহ্বান সন্দীপ সাহাৰ।

সম্পূৰ্ণ নিজা খৰচেৰে স্কুটীৰে লাডাখ ভ্ৰমণ কৰি বিজনীত উপস্থিত হোৱাত  তেওঁক বিহুৱানেৰে সম্বৰ্ধনা জনায় সন্দীপৰ বন্ধুবৰ্গই।

Post a Comment

1 Comments

  1. Mysuru Online Pokemby | 카지노사이트
    Mysuru Online Pokemby 【www.mysuru.com】➤ Mysuru Online Pokemby 【www.mysuru.com】➤ Play and win real money kirill-kondrashin online in 우리카지노 Asia with mysuru.com - safe & fair online gambling.

    ReplyDelete