কামপুৰত শোকাৱহ ঘটনা, বাঢ়নী পানীত পৰি দুটি শিশুৰ মৃত্যু


 

শিশু দুটিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ মৃত্যু হোৱা শিশু দুটি জোনাইত আলম(৩) আৰু চাইমা খাতুন(৮)।

বাঢ়নী পানীত পৰি কামপুৰত পুনৰ দুটি শিশুৰ মৃত্যু৷ কচুৱা চানখোলাত সংঘটিত হৈছে এই কৰুণ ঘটনা৷ একে গাঁৱৰে দুটি শিশুৰ মৃত্যু৷ সমনীয়াৰ লগতে খেলি থকাৰ মাজতে বাঢ়নী পানীত পৰি যায় শিশু দুটি৷ শিশু দুটিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ মৃত্যু হোৱা শিশু দুটি জোনাইত আলম(৩) আৰু চাইমা খাতুন(৮)। কামপুৰত বানত পৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০ জনলৈ বৃদ্ধি৷

Post a Comment

0 Comments