দুৰ্ধৰ্ষ মাওবাদী নেতা সব্যসাচী গোস্বামী ওৰফে কিশোৰ দাক ম'ষ্ট ৱাণ্টেড ঘোষণা, সন্ধান দিওতালৈ ১০ লাখ টকাৰ পুৰস্কাৰ NIAৰ


 ম'ষ্ট ৱাণ্টেড ঘোষণা দুৰ্ধৰ্ষ মাওবাদী নেতা সব্যসাচী গোস্বামী ওৰফে কিশোৰ দাক। সব্যসাচীৰ সন্ধান দিওতালৈ ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা NIAৰ। সন্ধান দিওতাৰ সম্পূৰ্ণ নাম ঠিকনা গোপনে ৰাখিব NIAই। সব্যসাচীৰ বিৰুদ্ধে RC নম্বৰ 01/2022 গোচৰ ৰুজু হৈ আছে কাছাৰ জিলাত। পূৰ্বে গোলাঘাটৰ পৰা NIA–এ গ্ৰেপ্তাৰ কৰিছিল সব্যসাচী গোস্বামীক।

Post a Comment

0 Comments