মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট, বিসম্বাদী শিবিৰত যোগ দিবলৈ গুৱাহাটীলৈ আহি আছে আৰু এজন বিধায়ক

Maharashtra Political Crisis: Shiv Sena MLA proves his loyalty to Uddhav  Thackeray, returns after walking 4 km, boarding a lorry | India News | Zee  News 

 সংকট আঁতৰা নাই মহাৰাষ্ট্ৰৰ ৰাজনীতিত। আৰু এজন বিধায়কে যোগ দিব বিসম্বাদী শিবিৰত। চান্দীৱলীৰ বিধায়ক দিলীপ লাণ্ডে গুৱাহাটীলৈ ৰাওনা। কিছু সময়ৰ পিছতে গুৱাহাটীত উপস্থিত হ’ব লাণ্ডে। একনাথ শিন্দেৰ ওচৰত বৰ্তমান শিৱসেনাৰ ৩৭ জন বিধায়ক আছে। লাণ্ডে অহাৰ পিছত এই সংখ্যা হ’বগৈ ৩৮জন। এতিয়াও গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত বাহৰ পাতি আছে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দলটো।

Post a Comment

0 Comments