আজিৰে পৰা তেজপুৰত ৰাজ্যৰ উপায়ুক্ত সন্মিলন, চৰকাৰী আঁচনিৰ খতিয়ান ল’ব মুখ্যমন্ত্ৰীয়ে


 

সোমবাৰলৈ চলিবলগীয়া এই সন্মিলনত বহু নতুন নতুন পদক্ষেপ চৰকাৰে লোৱাৰ সম্ভাৱনা আছে।

দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা তেজপুৰত ৰাজ্যৰ উপায়ুক্ত সন্মিলন। মুখ্যমন্ত্ৰীৰ উপস্থিতিত তেজপুৰৰ নৱনির্মিত কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হ’ব এই সন্মিলন।চৰকাৰৰ আঁচনিসমূহ কিমান ৰূপায়ন হৈছে,আৰু কেনেদৰে কাম চলি আছে তাৰ খতিয়ান ল’ব মুখ্যমন্ত্ৰীয়ে। সোমবাৰলৈ চলিবলগীয়া এই সন্মিলনত বহু নতুন নতুন পদক্ষেপ চৰকাৰে লোৱাৰ সম্ভাৱনা আছে।

Post a Comment

0 Comments