নল‍বাৰীত চকুৰ পচাৰতে নদীত জাহ গ'ল আৰক্ষী থানাৰ দুমহলীয়া অট্টালিকা, চাওক ভিডিঅ'

 Bhangnamari police station of Nalbari district sink into flooded river due  to rapid erosion - આસામમાં પૂરની ભયાનક સ્થિતિ – News18 Gujarati 

ৰাজ্যত বান আৰু গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰাৰ সময়তে নলবাৰীত নদীত জাহ গ'ল এখন থানা। চকুৰ পচাৰতে নৈত জাহ যোৱা এই দৃশ্য বন্দী হয় কেমেৰাত।

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ অন্তৰ্গত এই থানাখন হৈছে ভাংনামাৰী আৰক্ষী থানা। প্ৰবল গৰাখনীয়াৰ কবলত পৰি থানাৰ দুমহলীয়া অট্টালিকা নদীত ডুব যায় (Police Station Sink Into River)।

অৱশ্যে, গৰাখহনীয়াৰ আশংকাৰ পৰিপ্ৰেক্ষিতত থানাখন তাৰ পৰা কিছুদিন পূৰ্বে আন ঠাইলৈ স্থানান্তৰ কৰা হৈছিল। লৈ যোৱা হৈছিল নথিপত্ৰ। গতিকে তাত অকল আছিল দুমহলীয়া অট্টালিকাটো।

Post a Comment

0 Comments