বাঁহ কাটিবলৈ যাওঁতেই পিছলি পৰি কলং নৈত সলিল সমাধি ১৫ বছৰীয়া কিশোৰৰ

31 children died by suicide every day in 2020, reveals govt data; experts  blame Covid-19 | Latest News India - Hindustan Times 

ৰাইজৰ তৎপৰতাত উদ্ধাৰ হয় কিশোৰজনৰ নিথৰ দেহl নৱম শ্ৰেণীত অধ্যয়নৰত আছিল কিশোৰজন।

 ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত মালয়বাৰীৰ ডিমৰীয়াত অঘটন। কলং নৈত পৰি সলিল সমাধি কিশোৰৰ। মৃত কিশোৰজন ১৫ বছৰীয়া বিপ্লৱ দাস বুলি চিনাক্ত। নৈৰ পাৰৰ বাঁহ কাটিবলৈ যাওঁতেই পিছলি নৈত পৰি মৃত্যু হয় কিশোৰজনৰ। পিছত ৰাইজৰ তৎপৰতাত উদ্ধাৰ হয় কিশোৰজনৰ নিথৰ দেহl নৱম শ্ৰেণীত অধ্যয়নৰত আছিল কিশোৰজন।

Post a Comment

0 Comments