ঢেকিয়াজুলিৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, এজনৰ মৃত্যু


 ঢেকিয়াজুলিৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তেজপুৰ অভিমুখী এখন
Swift আৰু অটোৰ মাজত মুখামুখি সংঘৰ্ষত অটো খনৰ চালক সহ ৮জন লোক আহত হয়। মৃত্যু হয় গোবৰ্ধন চৌহান (৪০) নামৰ এজন ব্যক্তিৰ৷ আনহাতে Swift (As-12 AA 8353) বাহনখনত অহা ২ জন ব্যক্তি আঘাত প্ৰাপ্ত হয়।

Post a Comment

0 Comments