জোনমণি ৰাভাক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ, ১২ জুলাইত পুনৰ হাজিৰ কৰোৱা হ’ব আদালতত

 Assam: SI Junmoni Rabha Sent To 14-Day Judicial Custody

বৰ্তমান মাজুলী জিলা কাৰাগাৰতে আছে নিলম্বিত আৰক্ষী বিষয়া জোনমণি ৰাভা।

 জোনমণি ৰাভাক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ মাজুলী মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ। তৃতীয়বাৰৰ বাবে জোনমণি ৰাভাক ন্যায়িক জিম্মালৈ প্ৰেৰণ। আজি ভিডিঅ' কন্ফাৰেন্সিঙৰ দ্বাৰা চলিল কাৰাগাৰত থকা জোনমণি ৰাভাৰ বিচাৰ। পৰৱৰ্তী জুলাই মাহৰ ১২ তাৰিখে পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব জোনমণিক। বৰ্তমান মাজুলী জিলা কাৰাগাৰতে আছে নিলম্বিত আৰক্ষী বিষয়া জোনমণি ৰাভা।

Post a Comment

0 Comments