উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগ পালেই নাপাব স্কুটী, জনালে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে, কোনসকলে পাব?


 সোমবাৰে উচ্চতৰ মাধ্যমিক কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ চূড়ান্ত বর্ষৰ ফলাফল ঘোষণা কৰা হয়। ফলাফল ঘোষণাৰ পিছতেই শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদ মেল অনুষ্ঠিত কৰি উত্তীৰ্ণ আৰু স্থানপ্ৰাপ্ত সকলো ছাত্ৰ–ছাত্ৰীকে অভিনন্দন জনাইছে।

"সোমবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ–ছাত্ৰীয়ে স্কুটী নাপাব, তেওঁলোকৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা কাট অৱ মাৰ্ক থাকিব লাগিব" – কলে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

Post a Comment

0 Comments