হাইলাকান্দি জিলা প্ৰশাসনে বন্ধ কৰিলে ৬নং ৰাষ্ট্ৰীয় ঘাইপথ, যাতায়াত ব্যাহত


 ৬নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ ঘোষণা হাইলাকান্দি জিলা প্ৰশাসনৰ। ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ বদৰপুৰ ঘাটৰ পৰ‍া ধলেশ্বৰলৈকে সকলো প্ৰকাৰৰ যান–বাহনৰ চলাচল নিষিদ্ধ। বৰাক নৈৰ বাঢ়নী প‍ানীয়ে ঘাইপথ প্লাৱিত কৰাৰ বাবে এই সিদ্ধান্ত জিল‍া প্ৰশাসনৰ।

ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশ বন্ধ কৰাৰ বাবে বৰাকৰ তিনিখন জিলাৰ যোগাযোগ ব্যাহত হৈ পৰিছে। ৬নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰাৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে।

Post a Comment

0 Comments