অতিথিক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ! কামৰূপ মেট্ৰ'ৰ সহকাৰী আয়ুক্ত বাৰ্বি হাজৰিকাক চাকৰিৰ পৰা নিলম্বন

 


২০১৬ বৰ্ষৰ ACS বিষয়া হাজৰিকা ২০১৬ বেটছৰ ৬ নং ৰেংক হ'ল্ডাৰ ৷

  • কামৰূপ মেট্ৰৰ সহকাৰী আয়ুক্ত বাৰ্বি হাজৰিকাক চাকৰিৰ পৰা নিলম্বন ৷


  • হাজৰিকা ছেকেণ্ডাৰী এডুকেশ্বনৰ OSD হিচাপে কৰ্মৰত  আছিল ৷


  • এক্ট ইষ্ট পলিচিৰ ছিংগাপুৰৰ ডেলিগেছন আৰু ASEAN ডেলিগেছনে হাজৰিকাৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰ কৰাৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছিল।

  • ২০১৬ বৰ্ষৰ ACS বিষয়া হাজৰিকা ২০১৬ বেটছৰ ৬ নং ৰেংক হ'ল্ডাৰ ৷

  •  

Post a Comment

0 Comments