কলিয়াবৰৰ ৰাজপথত মৃত্যুমুখত পৰিল বহিঃৰাজ‍্যৰ ট্ৰাকৰ হেণ্ডিমেন

 


কলিয়াবৰৰ ৰাজপথত মৃত্যু বহিঃৰাজ‍্যৰ ট্ৰাক হেণ্ডিমেনৰ। জখলাবন্ধাৰ বাঘজানৰ সমীপতে এখন ট্ৰাক হেণ্ডিমেনৰ আকস্মিক মৃত্যু। AS-37-TX-3688 নম্বৰৰ যোৰহাটৰ পৰা অন্ধ্ৰপ্ৰদেশ অভিমুখী ট্ৰাকখনতে মৃত্যু হয় ৰাজু নামৰ ট্ৰাক হেণ্ডিমেনজনৰ।

বিয়লি খাদ‍্য গ্ৰহণৰ পিছতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে জিৰণি লৈছিল ট্ৰাকখনৰ চালক-হেণ্ডিমেনে। জিৰণি লওঁতেই টোপনি গৈছিল ট্ৰাকখনৰ চালক ছমেটা ৰাজশেখৰ। টোপনি ভগাৰ পিছতে অসুস্থ অৱস্থাত প্ৰত্যক্ষ কৰে হেণ্ডিমেন ৰাজুক (Truck handyman dies after suddenly falling ill)।

Post a Comment

0 Comments