দেশৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন মহলে এখন শক্তিশালী জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পোষকতা কৰি থকাৰ সময়তে আন এখন বিপৰীতমুখী ছবি পোহৰলৈ আহিছে । National Family Health Surveyয়ে প্ৰকাশ কৰা পঞ্চমটো সমীক্ষাৰ ফলাফল মতে দেশত হ্ৰাস পাইছে সর্বমুঠ প্ৰজনন ক্ষমতা ।
সেই সমীক্ষা অনুসৰি ২০১৯-২১বৰ্ষত দেশত Total Fertility Rate অৱনমিত হৈছে
২.০লৈ । ২০১৫-১৬বৰ্ষত দেশৰ TFR আছিল ২.২ । TFR অথবা সর্বমুঠ প্ৰজনন ক্ষমতা
হৈছে এগৰাকী নাৰীয়ে তেওঁৰ জীৱনকালত জন্ম দিয়া সন্তানৰ গড় সংখ্যা । লক্ষণীয়
ভাৱে মুছলমান সম্প্ৰদায়ৰ মাজতো হ্ৰাস পাইছে প্ৰজনন ক্ষমতা । মুছলমানৰ মাজত
২০১৫-২০১৬বৰ্ষত সর্বমুঠ প্ৰজনন ক্ষমতা আছিল ২.৬ । ২০১৯-২১বৰ্ষত মুছলমানৰ
প্ৰজনন ক্ষমতা হ’ল গৈ ২.৩ ।
1 Comments
Best GameStop Games for 2021 - CasinoRewards
ReplyDeleteLooking for the best online game or service? Check out the top online game in 2020 on top of the best GameStop 카지노 casino games. Rating: 5 · 우리카지노 Review by CasinoRewards