মাতৃ বিমানখনৰ পাইলট, পুত্ৰ কো-পাইলট! বহুতৰে হৃদয় জিনিলে মাতৃ-পুত্ৰৰ এই আৱেগিক মুহূৰ্তই...

 


এইবাৰৰ মাতৃ দিৱস ইণ্ডিগো বিমানৰ যাত্ৰীসকলৰ বাবে এটা স্মৰণীয় আছিল। যুৱ পাইলট অমৰ ঠাকুৰৰ কেৰিয়াৰ হিচাপে বিমান উৰণক লোৱাৰ আঁৰত আছিল তেওঁৰ মাতৃৰ অনুপ্ৰেৰণা।

সন্তান সফল হ'লেই সাৰ্থক হয় মাক-দেউতাকৰ সপোন। যেতিয়া সন্তানে নিজৰ পিতৃ-মাতৃৰ পদাংক অনুসৰণ কৰি সফলতা লাভ কৰে তেতিয়া প্ৰতিজন অভিভাৱকে গৌৰৱ কৰে।

এইবাৰৰ মাতৃ দিৱস ইণ্ডিগো বিমানৰ যাত্ৰীসকলৰ বাবে এটা স্মৰণীয় আছিল। যুৱ পাইলট অমৰ ঠাকুৰৰ কেৰিয়াৰ হিচাপে বিমান উৰণক লোৱাৰ আঁৰত আছিল তেওঁৰ মাতৃৰ অনুপ্ৰেৰণা।

Post a Comment

0 Comments