'স্বামীয়ে ৩ গৰাকী পত্নীক ঘৰলৈ অনাটো নিবিচাৰে ঘৈণীয়েকে', কিয় ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই


 অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই দেওবাৰে ইউনিফৰ্ম চিভিল কোড (Uniform Civil Code)ৰ প্ৰয়োজনীয়তাৰ বাবে হোৱা বিতৰ্কত ইন্ধন যোগাই ইয়াক 'প্ৰতিগৰাকী মুছলমান মহিলা (Muslim woman)ৰ বাবে এটা সমস্যা বুলি অভিহিত কৰে, যিয়ে তেওঁৰ স্বামীয়ে আন তিনিগৰাকী পত্নীক ঘৰলৈ অনাটো নিবিচাৰে'।

"সকলোৱে ইউচিচি (UCC) বিচাৰে। কোনো মুছলমান মহিলাই নিবিচাৰে যে তেওঁৰ স্বামীয়ে আন ৩ গৰাকী পত্নীক ঘৰলৈ আনিব। যিকোনো মুছলমান মহিলাক সোধক। UCC মোৰ সমস্যা নহয়, ই সকলো মুছলমান মহিলাৰ বাবে এটা সমস্যা। যদি তেওঁলোকক ন্যায় দিব লগা হয়, তিনি তালাক বাতিল কৰাৰ পিছত, UCC আনিবই লাগিব," হিমন্ত বিশ্ব শৰ্মাই কয়।

Post a Comment

0 Comments