যোৰহাটৰ অনুষ্ঠানত মঞ্চত মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, হঠাৎ মঞ্চলৈ উঠি যোৱাৰ চেষ্টা এগৰাকী ছাত্ৰীৰ, আৰক্ষীয়ে দিলে বাধা


 যোৰহাটত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সভাত মঞ্চলৈ উঠি যাবলৈ প্ৰয়াস কৰে এগৰাকী ছাত্ৰীয়ে।কলেজৰ ইউনিফৰ্মত থকা ছাত্ৰীগৰাকী মঞ্চৰ বাওফালেদি মঞ্চৰ ওপৰলৈ উঠি যাবলৈ চেষ্টা কৰে।

  • অৱশ্যে আৰক্ষীয়ে বাধা প্ৰদান কৰি কৰায়ত্ত কৰে ছাত্ৰীগৰাকীক।

  • ইয়াৰ পিছতে আৰক্ষীয়ে কৰায়ত্ত কৰি মঞ্চৰ পিছফালে লৈ যায় ছাত্ৰীগৰাকীক।

  • মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত আছিল সভাখনত। ছাত্ৰীগৰাকীয়ে মঞ্চলৈ উঠি যাবলৈ চেষ্টা কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি আছিল।

 

Post a Comment

0 Comments