ৰাষ্ট্ৰদ্ৰোহৰ আইনত ছুপ্ৰীম কোৰ্টৰ স্থগিতাদেশ, পুনৰীক্ষণ সম্পূৰ্ণ নোহোৱালৈ ৰুজু কৰিব নোবাৰিব নতুন গোচৰ

 


ঔপনিৱেশিক যুগৰ আইনখন স্থগিত ৰখা এক ঐতিহাসিক আদেশত উচ্চতম ন্যায়ালয়ে কয় যে পুনৰ পৰীক্ষাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে IPC ধাৰা 124A-ৰ অধীনত কোনো গোচৰ ৰুজু কৰা নহ'ব আৰু লগতে কয় যে ইয়াৰ অধীনত ইতিমধ্যে অভিযুক্তসকলে জামিনৰ বাবে আদালতৰ কাষ চাপিব পাৰে।

উচ্চতম ন্যায়ালয়ে (Supreme Court) বুধবাৰে কেন্দ্ৰীয় চৰকাৰক ভাৰতীয় দণ্ডবিধিৰ (IPC) ধাৰা 124A ধাৰা পুনৰ পৰীক্ষা আৰু পুনৰ বিবেচনা কৰিবলৈ অনুমতি দিয়ে, যি ধাৰাই ৰাজদ্ৰোহ (sedition)ক এক অপৰাধ হিচাপে গণ্য কৰে।

ঔপনিৱেশিক যুগৰ আইনখন স্থগিত ৰখা এক ঐতিহাসিক আদেশত উচ্চতম ন্যায়ালয়ে কয় যে পুনৰ পৰীক্ষাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে IPC ধাৰা 124A-ৰ অধীনত কোনো গোচৰ ৰুজু কৰা নহ'ব আৰু লগতে কয় যে ইয়াৰ অধীনত ইতিমধ্যে অভিযুক্তসকলে জামিনৰ বাবে আদালতৰ কাষ চাপিব পাৰে।

Post a Comment

0 Comments