শিলচৰত প্ৰেমৰ ভয়ংকৰ পৰিণতি, প্ৰেমিকাই ব্লেডেৰে ৰেপিলে প্ৰেমিকৰ ডিঙি

 


শিলচৰত প্ৰেমৰ ভয়ংকৰ পৰিণতি। প্ৰেমিকাই ব্লেডেৰে ৰেপিলে প্ৰেমিকৰ ডিঙি। কাজিয়া কৰি প্ৰেমিকাই ব্লেডেৰে ৰেপিলে প্ৰেমিকৰ ডিঙি। সংকটজনক অৱস্থাত প্ৰেমিকক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বিগত চাৰি বছৰ ধৰি দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক। চহৰৰ নিলগৰ বাইপাছত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত ঘটাত প্ৰেমিকাই আক্ৰমণ কৰে প্ৰেমিকক। আৰক্ষীয়ে আটক কৰে আক্ৰমণকাৰী প্ৰেমিকাক।

এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Post a Comment

0 Comments