ছচিয়েল মিডিয়াত বিতৰ্কিত কবিতা লিখি বিদ্ৰোহী কাম-কাজক উৎসাহিত কৰাৰ অভিযোগ, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে যোৰহাটৰ DCB কলেজৰ ছাত্ৰীক
-
May 19, 2022
যোৰহাট DCB মহাবিদ্যালয়ৰ BSC
দ্বিতীয় বাৰ্ষিকত পঢ়ি থকা ছাত্ৰীগৰাকীৰ শেহতীয়া কাম-কাজত আৰক্ষীয়ে চোকা
দৃষ্টি ৰাখি থকাৰ মাজতে অতি শেহতীয়াকৈ ছচিয়েল মিডিয়াত লিখা এটা বিদ্ৰোহী
লেখাই বিতৰ্কৰ সৃষ্টি কৰিছিল।
এটা কবিতাই বিপদ মাতি আনিলে এগৰাকী ছাত্ৰীলৈ! ফেচবুকত লিখা কবিতাৰ জৰিয়তে
অসাংবিধানিক কাম-কাজত উৎসাহিত কৰাৰ অভিযোগত উৰিয়ামঘাটৰ পৰা বৃহস্পতিবাৰে
গ্ৰেপ্তাৰ কৰা হ'ল যোৰহাটৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰীক।
0 Comments