ডিমাপুৰৰ পৰা ৰে'লেৰে গুৱাহাটীলৈ সৰবৰাহ হয় ড্ৰাগছ! গুৱাহাটীত কিমান টকাত বিক্ৰী হয় নিষিদ্ধ ড্ৰাগছ? আৰক্ষীৰ জালত পৰা পাপু গিৰিৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি


 ৰাজ্যত অব্যাহত আছে  নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষীয়ে যিমানেই ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰিছে সিমানেই ড্ৰাগছ সৰবৰাহৰ ন ন কৌশল। মঙলবাৰে নিশা গুৱাহাটী মহানগৰীৰ গড়চুক আৰক্ষী আৰু  SOG. দলে গোপন খবৰৰ ভিত্তিত খেদি খেদি কটাহবাৰীৰ পৰা কৰায়ত্ত কৰিলে এটা ড্ৰাগছ পেডলাৰক।

গ্ৰেপ্তাৰ কৰা ড্ৰাগছ পেডলাৰৰ নাম  পাপু গিৰি ঘৰ বিহাৰত ।মহানগৰীত ভাড়াৰুমত বাহৰ পাতি চলাই আহিছিল বৰবিহ ড্ৰাগছৰ বেহা। খেদি খেদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পাপু গিৰি নামৰ ড্ৰাগছ পেডলাৰটোৰ পৰা জব্দ কৰা হৈছে ৪ পেকেট ড্ৰাগছ, মোৱাইল ফোন।

Post a Comment

0 Comments