শিৱসাগৰৰ আমগুৰি কলেজৰ ছাত্ৰীয়ে আলফাত যোগদান কৰাৰ সন্দেহ, আৰক্ষীৰ কাষ চাপিল পিতৃ

 


  • শিৱসাগৰৰ আমগুৰিৰ যুৱতী আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ।

  • আমগুৰি লালিম চাপৰিৰ শিৱানী গগৈ নামৰ যুৱতীগৰাকীয়ে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ।
  • শিৱানী গগৈ প্ৰাঞ্জল গগৈৰ কন্যা। বৰ্তমান  আমগুৰি কলেজৰ স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰী শিৱানী।
  • শিৱানী গগৈ দুদিন মান ধৰি সন্ধানহীন হৈ থকাৰ পিছত পিতৃ প্ৰাঞ্জল গগৈয়ে যোৱা ১৩ মে'ত আৰক্ষীক অৱগত কৰিছিল।
  •  বৰ্তমান শিৱানীৰ সন্ধানত  অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Post a Comment

0 Comments