একে সময়তে চাৰিটা ফোনত হোৱাটছএপ একাউণ্ট খুলিব পাৰি, সেয়াও ইণ্টাৰনেট অবিহনে ...

WhatsAppএ শেহতীয়াকৈ এণ্ড্ৰইড আৰু আই.ও.এছ. ব্যৱহাৰকাৰীসকলৰ বাবে মাল্টি-ডিভাইচ সমৰ্থন সুবিধা মুকলি কৰিছে। এই সুবিধাৰ সহায়ত, ব্যৱহাৰকাৰীসকলে ইণ্টাৰনেট সংযোগ অবিহনে একে সময়তে চাৰিটা ডিভাইচ আৰু এটা ফোনত তেওঁলোকৰ হোৱাটছএপ একাউণ্ট ব্যৱহাৰ কৰিব পাৰে।

Post a Comment

0 Comments