গণেশগুৰি উৰণীয়া সেতুৰ ওপৰত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত এজন বাইক আৰোহী

 


এগৰাকী লোকক গুৰুতৰ অৱস্থাত প্ৰেৰণ কৰা হয় গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ।

  • গণেশগুৰি উৰণীয়া সেতু ৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • থিতাতে মৃত্যু এজন বাইক আৰোহীৰ ৷ বাইক খনৰ নম্বৰ As 01 FA 5810।

  • বাইকখনত আছিল দুজনকৈ লোক ৷ ইয়াৰে এগৰাকী লোকক গুৰুতৰ অৱস্থাত প্ৰেৰণ কৰা হয় গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ।

  • দুৰ্ঘটনাৰ পিছত কিছু সময় ধৰি পৰি ৰ'ল পথত ৷

  • পথচাৰী আৰু সংবাদকৰ্মীৰ প্ৰচেষ্টাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আহতলোকজনক।

  • পথচাৰীৰ অভিযোগ,ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হয়হি আৰক্ষী।

Post a Comment

0 Comments