একেবাৰে অবিশ্বাস্য ! এই চহৰত মাত্ৰ ১ টকাত পেট্ৰ'ল, উৎসাহী লোকৰ দীঘলীয়া শাৰী ...


একেবাৰে অবিশ্বাস্য ! এই চহৰত মাত্ৰ ১ টকাত পেট্ৰ'ল, উৎসাহী লোকৰ দীঘলীয়া শাৰী ...

 

 পেট্ৰ'লৰ সামগ্ৰীৰ মূল্য ক্ৰমান্বয়ে আকাশ স্পৰ্শ কৰি আছে কিন্তু মুম্বাইৰ থানেৰ ওচৰৰ পেট্ৰ'ল পাম্পত ১ এটাত দিয়া হৈছে পেট্ৰ'ল। 

একেবাৰে সঁচা! কিয়নো ইয়াক অবিশ্বাস্য যেন লাগে, কিন্তু ই  ১০০% প্ৰমাণিক বা সঁচা।

দৰাচলতে, থানেৰ কৈলাছ পেট্ৰ'ল পাম্পত বিধায়ক প্ৰতাপ সৰনায়কৰ জন্মদিনত গ্ৰাহকসকলে এই বিশেষ সুবিধা লাভ কৰিছে।

যোৱা ২০ দিন ধৰি এই চহৰত পেট্ৰ'লৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই৷ পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ১২০.৫১ টকা আৰু ডিজেলৰ মূল্য ১০৪.৭৭ টকা

পেট্ৰ'ল লাইনত ২ চকীয়া বাহনৰ দীঘলীয়া শাৰী আছে। মূলতঃ, পেট্ৰ'ল আৰু ডিজেলৰ নতুন মূল্য প্ৰতিদিনে ৬ বজাত মুকলি কৰা হয়।

Post a Comment

0 Comments