শিৱসাগৰৰ শতাব্দী কলিতাৰ শিৰত জিলিকিল বিহু সম্ৰাজ্ঞীৰ খিতাপ,গুৱাহাটী বিহু সন্মিলনী ২০২২ৰ শ্ৰেষ্ঠ বিহুৰাণী নিমিষা দিহিঙীয়া

 


গুৱাহাটী বিহু সন্মিলনী ২০২২ৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ দখল কৰিলে শিৱসাগৰৰ শতাব্দী কলিতাই।

সেইদৰে গুৱাহাটী বিহু সন্মিলনী ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ বিহুৰাণী আৰু শ্ৰেষ্ঠ বিহুকুঁৱৰীৰ সন্মান লাভ কৰিছে ক্ৰমে মৰাণৰ নিমিষা দিহিঙীয়া আৰু ধেমাজিৰ প্ৰীতিৰাণী বৰগোহাঁইয়ে৷

শ্ৰেষ্ঠ ঢুলীয়া - নয়ন জ্যোতি বৰা (১০ হাজাৰ টকা) বটা, মানপত্ৰ।

শ্ৰেষ্ঠ পেপা বাদক - দেবজিত তামুলী (১০ হাজাৰ টকা) বটা, মানপত্ৰ।

বৰ্তমান শতাব্দী কলিতা ইংৰাজী আৰু লাইব্ৰেৰী চাইন্সৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰী।

Post a Comment

0 Comments