কংগ্ৰেছ ত্যাগ কৰিব শ্বেৰমান আলীয়ে! শীঘ্ৰে ল’ব আনুষ্ঠানিক সিদ্ধান্ত


প্ৰদেশ কংগ্ৰেছে মঙলবাৰে শ্বেৰমানৰ বিধায়ক পদ খাৰিজৰ বাবে অধ্যক্ষক জনাইছিল আবেদন।

 
কংগ্ৰেছ ত্যাগ কৰিব শ্বেৰমান আলী আহমেদে। প্ৰয়োজনত ৰাজনীতিৰ পৰা সন্ন্যাস ল'ব শ্বেৰমানে। কংগ্ৰেছলৈ আৰু ঘূৰি নাযায় শ্বেৰমান আলী। শীঘ্ৰে সমষ্টিবাসীৰ সৈতে আলোচনা কৰি ল'ব আনুষ্ঠানিক সিদ্ধান্ত। প্ৰদেশ কংগ্ৰেছে মঙলবাৰে শ্বেৰমানৰ বিধায়ক পদ খাৰিজৰ বাবে অধ্যক্ষক জনাইছিল আবেদন।

Post a Comment

0 Comments