'মা-দেউতা আকৌ কেতিয়া ঘূৰি আহিব আইতা?- আইতাকৰ চকুতো কেৱল চকুপানী! মাত্ৰ ৯ দিনৰ ভিতৰতে পিতৃ-মাতৃক হেৰুৱালে মাজুলীৰ ৪ বছৰীয়া কণমানি অংকুৰে!

 


কাৰ জীৱনলৈ কেতিয়া কি দুৰ্যোগ নামি আহে কোনে জানে! জীৱনৰ বিভিন্ন অভিজ্ঞতা আমাৰ সমাজত বিদ্যমান। কিন্তু কিছুলোকৰ ক্ষেত্ৰত কেতিয়াবা এনে কিছু ঘটনা সংঘটিত হ'য় যে, মানৱপ্ৰেমী সকলোকে কন্দুৱাই। তেনে এক ঘটনাই সংঘটিত হ'ল মাজুলীৰ অংকুৰ নামৰ এটি কনমাণিৰ ক্ষেত্ৰত।

পিতৃ-মাতৃক কমবয়সতে হেৰুৱাই নিথৰুৱা হোৱা অংকুৰৰ কৰুণগাথাই এতিয়া কন্দুৱাইছে সকলোকে। মাজুলীৰ দক্ষিণপাট দীঘলিগাঁৱৰ মৰমলগা অংকুৰ শইকীয়া নামৰ এটি ৪ বছৰীয়া শিশুৱে ৯ দিনৰ অগা-পিছাকৈ পিতৃ-মাতৃৰ বুকুৰ উমৰ পৰা চিৰদিনৰ বাবে বঞ্চিত হ'ল।

Post a Comment

0 Comments