মহানগৰীৰ চান্দমাৰি উৰণীয়া সেঁতুৰ ওপৰত চাঞ্চল্যকৰ ঘটনা, এগৰাকী মহিলাক কেন্দ্ৰ কৰি হুলস্থূল!


 গুৱাহাটীৰ চান্দমাৰি উৰণীয়া সেঁতুৰ ওপৰত চাঞ্চল্যকৰ ঘটনা। উৰণীয়া সেঁতুৰ ওপৰৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা এগৰাকী মহিলাৰ। স্বামীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ মহিলাগৰাকীৰ। স্বামীয়ে আন মহিলাৰ লগত সম্পৰ্ক ৰখাৰ অভিযোগ মহিলাগৰাকীৰ।

মহিলাগৰাকীৰ স্বামী চান্দমাৰি থানাৰ গাড়ী চালক৷ স্থানীয় লোকে মহিলাগৰাকীক উদ্ধাৰ কৰি গতাই দিয়ে চান্দমাৰি আৰক্ষীক।

Post a Comment

0 Comments