আকৌ এনকাউণ্টাৰ, শিলচৰত ডকাইতলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ


বৰ্তমানে শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন ডকাইতটো।

 শিলচৰত পুনৰ এনকাউণ্টাৰ। ডকাইতলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ। কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে ছামিম আহমেদ নামৰ এটা কুখ্যাত ডকাইতক। 

যোৱা নিশা তদন্তৰ বাবে লৈ যোৱাৰ সময়তে পলায়নৰ চেষ্টা কৰে ডকাইতটোৱে। ফলত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। বৰ্তমানে শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন ডকাইতটো।

Post a Comment

0 Comments