ডিব্ৰুগড়ত চাঞ্চল্যকৰ ঘটনা, আৰক্ষী স্বামীয়ে গুলীয়াই হত্যা কৰিলে পত্নীক

 


ডিব্ৰুগড় আৰক্ষী ছাউনীত সংঘটিত হৈছে এই ঘটনা। নিশা প্ৰায় ১ বজাত এই হত্যাকাণ্ড সংঘটিত কৰে বিকি চেতিয়াই।

 

ডিব্ৰুগড়ত চাঞ্চল্যকৰ ঘটনা। আৰক্ষী স্বামীয়ে ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই হত্যা কৰিলে পত্নীক। পাৰিবাৰিক কন্দলৰ বাবেই এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। নিহত মহিলাগৰাকীৰ নাম জয়শ্ৰী চেতিয়া। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত হত্যাকাৰী স্বামী বিকি চেতিয়াক। ডিব্ৰুগড় আৰক্ষী ছাউনীত সংঘটিত হৈছে এই ঘটনা। নিশা প্ৰায় ১ বজাত এই হত্যাকাণ্ড সংঘটিত কৰে বিকি চেতিয়াই।

Post a Comment

0 Comments