ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল কৰিব শাসক–বিৰোধীয়ে


দিনৰ ১২.৩০ বজাত দলে–বলে মনোনয়ন দাখিল কৰিব বিজেপিৰ পবিত্ৰ মাৰ্ঘেৰিটা আৰু UPPLৰ ৰণগৌৰা নাৰ্জাৰীয়ে৷

পঞ্চদশ বিধানসভাৰ বাজেট অধিৱেশনৰ আজি পঞ্চমটো দিন। আজিৰ দিনটোত ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব শাসক–বিৰোধীয়ে৷ বিৰোধীৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰিপুণ বৰাই দিনৰ ১১ বজাত দাখিল কৰিব মনোনয়ন। দিনৰ ১২.৩০ বজাত দলে–বলে মনোনয়ন দাখিল কৰিব বিজেপিৰ পবিত্ৰ মাৰ্ঘেৰিটা আৰু UPPLৰ ৰণগৌৰা নাৰ্জাৰীয়ে৷

Post a Comment

0 Comments