ৰাজ্যসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ, দ্বিতীয়খন আসন কংগ্ৰেছক এৰি দিলে AIUDF–এ!

 


ৰাজ্যসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। ৰাজ্যসভাৰ দ্বিতীয়খন আসনক লৈ বিৰোধী শিবিৰ ঐক্যমতত উপনীত৷ দ্বিতীয়খন আসন কংগ্ৰেছক এৰি দিলে AIUDF–এ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ নিৰ্বাচনত AUIDFক আসন এৰি দিব কংগ্ৰছে। উল্লেখযোগ্য ৰাজ্যসভাৰ দ্বিতীয়খন আসন এৰি দিবলৈ কংগ্ৰেছক দাবী জনাই আহিছিল AIUDF–এ। এই সন্দৰ্ভত দিল্লীত কংগ্ৰছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আলোচনাতো মিলিত হৈছিল AIUDFৰ নেতৃত্বই। এই আলোচনা ইতিবাচক বুলি প্ৰকাশ কৰিছিল এআইইউডিএফ নেতৃত্বই। এক সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য।

Post a Comment

0 Comments