কাৰাগাৰৰ পৰা ওলোৱাৰ পথ মুকলি মডেল ৰাজকন্যা বৰুৱাৰ, জামিন মঞ্জুৰ উচ্চ ন্যায়ালয়ৰ

 


জামিন মঞ্জুৰ ৰাজকন্যা বৰুৱাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ (Guwahati High Court) ন্যায়াধীশ অজিত বৰঠাকুৰ আদালতে ৰাজকন্যা বৰুৱাৰ জামিন মঞ্জুৰ কৰে। ন্যায়ালয়ে ৫০ হাজাৰ টকা আমানত ধনৰ বিনিময়ত মডেল ৰাজকন্যা বৰুৱাৰ জামিন মঞ্জুৰ কৰে।

গুৱাহাটীত সুৰাপান কৰি গাড়ী চলাই নিশা ৮গৰাকী শ্ৰমিকক মহটিয়াই নিয়া ৰাজকন্যা বৰুৱাক লৈ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি হৈছিল। কিয়নো দিছপুৰ আৰক্ষীয়ে বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল যদিও ২৪ ঘণ্টা নৌহওঁতেই তেওঁক মুকলি কৰি দিয়া হৈছিল। ইয়াকে লৈ সৃষ্টি হোৱা তুমুল প্ৰতিক্ৰিয়াৰ পিছত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত দিছপুৰ আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিছিল ৰাজকন্যাক (Rajkanya Baruah)।

Post a Comment

0 Comments