দৌলযাত্ৰা উপলক্ষে ১৯ মাৰ্চত যোৰহাটত স্থানীয় বন্ধ ঘোষণা

 


উক্ত দিনটোত কোনো পূৰ্বনিৰ্ধাৰিত পৰীক্ষা থাকিলে সেয়া নিৰ্দিষ্ট সূচীমতেই অনুষ্ঠিত হ’ব বুলি নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হৈছে।

 দৌলযাত্ৰা উপলক্ষে যোৰহাটত স্থানীয় বন্ধ। জিলা উপায়ুক্তই ১৯ মাৰ্চৰ শনিবাৰৰ দিনটো জিলাখনত স্থানীয় বন্ধৰ দিন ৰূপে ঘোষণা কৰিছে। উক্ত দিনটোত যোৰহাটৰ সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান বন্ধ থাকিব। অৱশ্যে উক্ত দিনটোত কোনো পূৰ্বনিৰ্ধাৰিত পৰীক্ষা থাকিলে সেয়া নিৰ্দিষ্ট সূচীমতেই অনুষ্ঠিত হ’ব বুলি নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হৈছে।

Post a Comment

0 Comments