ছিকিউৰিটী এজেন্সিত কৰ্মৰত থাকি চলাই গৈছিল আলফা (স্বা)ৰ কাম, অভাৰ গ্ৰাউণ্ড আলফা কেডাৰ গ্ৰেপ্তাৰ

 মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে অভাৰ গ্ৰাউণ্ড আলফা কেডাৰ  টুটু বৰাক।দীৰ্ঘদিনে মহানগৰীৰ এটা ছিকিউৰিটি এজেন্সিত কৰ্মৰত আছিল টুটু বৰা। কিন্তু তাত থাকিয়েই তেওঁ চলাই গৈছিল আলফাৰ কাম-কাজ। মাজুলীৰ গড়মূৰৰ বাসিন্দা টুটু বৰাই মহানগৰীৰ পৰাই চলাইছিল আলফাৰ কাম কাজ (arrested over ground ULFA-I cadre)।

বিশেষকৈ আলফাৰ অৰ্থ সংগ্ৰহৰ কাম-কাজ চোৱাচিতা কৰিছিল টুটুই। পূৰ্বে যোৰহাটত গ্ৰেপ্তাৰ হৈ জে'ললৈ গৈছিল টুটু বৰা।

Post a Comment

0 Comments