‘মুখ্যমন্ত্ৰীৰ বহু সমৰ্থক আছে কংগ্ৰেছত, ৰাজ্যসভা নিৰ্বাচন আমাৰ বাবে ডাঙৰ খেল নহয়’ – পীযূষ হাজৰিকা


কংগ্ৰেছক সমালোচনা কৰি পীযূষ হাজৰিকাই কয়, ‘‘কংগ্ৰেছ নেতৃবৃন্দই হেৰুৱাইছে অসমীয়াৰ চৰিত্ৰ, অসমীয়া মানুহৰ ঘৰত গ’লেই বেয়া পায় কংগ্ৰেছে।’’

 জাগীৰোডত মন্ত্ৰী পীযূষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ মন্তব্য। মন্ত্ৰীগৰাকীয়ে কয়, ‘‘মুখ্যমন্ত্ৰীৰ বহু সমৰ্থক আছে কংগ্ৰেছ দলত। ৰাজ্যসভা নিৰ্বাচন আমাৰ বাবে ডাঙৰ খেল নহয়। ৰাজ্যসভাৰ দুয়োখন আসনতে জয়ী হ’ব বিজেপি ৷ কোনেও হৰুৱাব নোৱাৰে।

কংগ্ৰেছক সমালোচনা কৰি পীযূষ হাজৰিকাই কয়, ‘‘কংগ্ৰেছ নেতৃবৃন্দই হেৰুৱাইছে অসমীয়াৰ চৰিত্ৰ, অসমীয়া মানুহৰ ঘৰত গ’লেই বেয়া পায় কংগ্ৰেছে। বিধায়ক শ্বেৰমান আলীৰ ভোট নালাগে বিজেপিক।’’

Post a Comment

0 Comments